বৰপেটা জিলাৰ বাঘবৰ সমষ্টিৰ অন্তৰ্গত আগমন্দিয়াত দেওবাৰৰ পৰা আৰম্ভ হৈছে হাডুডু খেল প্ৰতিযোগিতা। আগমন্দিয়া যুৱ সংঘৰ উদ্যোগত অনুষ্ঠিত হয় উক্ত খেলত শ শ খেল প্ৰেমি দৰ্শকে শান্তিপূৰ্ণভাবে উপভোগ কৰে। প্ৰথম দিনাৰ খেলত অংশগ্ৰহন কৰে চাছৰা আৰু আগমন্দিয়া হাডুডু দলে ২-১ গেমৰ ব্যৱধানত বিজয়ী হয় আগমন্দিয়া হাডুডু দলে। উক্ত খেলখনত ক্ৰমে অৱসৰপ্ৰাপ্ত ডি এছ পি বাক্কেছ দেৱান, আবুল হোছেইন,ছামচুৰ হক, সমাজ সেৱক শ্বাহজাহান আলী আদি কৰি ভালে সংখ্যক গণ্য মান্য ব্যক্তি সকলে উপস্থিত থাকে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
*જુનાગઢ જીલ્લા ના સાંસદ રાજેશ ચુડાસમા અને તેમના પિતા ઉપર આખરે ફરિયાદ નોંધાણી*
*ડોકટર અતુલ ચગ નાં પરિવાર આખરે ન્યાય મળ્યો*
ગીર સોમનાથ જિલ્લાના વેરાવળના જાણીતા ડૉક્ટર અતુલ ચગ આત્મહત્યા કેસમાં સૌથી મોટા સમચાર સામે આવ્યા...
"શુભ લાભ પંચમી" ના પાવન દિવસ ની શુભેચ્છાઓ...
લાભ પાંચમ એટલે નવી શરૂઆતનો દિવસ...
"શુભ લાભ પંચમી" ના પાવન દિવસ ની શુભેચ્છાઓ...
...
માયા નગરી મુંબઈમાં અંબાજીની ટીમ ભૂદેવ ફાઈટર્સ ફાઇનલ મેચમાં વિજેતા
*માયા નગરી મુંબઈ મે અંબાજી ની ટિમ ભૂદેવ ફાઈટર્સ ફાઇનલ મેચ માં વિજેતા.....*
...
‘লাল সিং চদ্দা’ ছবি বৰ্জনৰ সিদ্ধান্তত ভাঙি পৰিছে আমিৰ খান, মুক্তিৰ কেইদিনমান আগতেই কৈছে এই ডাঙৰ কথা
◾আমিৰ খানৰ ছবি ‘লাল সিং চাদ্দা’ মুক্তিৰ পূৰ্বেই বিতৰ্কত লিপ্ত হৈছে। আমিৰ আৰু এই ছবিখন...