জাতিৰ পিতা মহামানৱ মহাত্মা গান্ধীলৈ শ্ৰদ্ধা ভক্তি টিংখাঙৰ এগৰাকী পকা মিস্ত্ৰীৰ । দৈনিক কাম কৰি পোৱা টকাৰে নিজ হাতেৰে তৈয়াৰ কৰি উলিয়ালে গান্ধীৰ প্ৰতিমূৰ্তি । দেশ প্ৰেমৰ উত্তম নিদৰ্শন । জাতিৰ পিতা মহামানৱ মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তি নিজ হাতেৰে তৈয়াৰ কৰি উলিয়ালে এজন পকামিষ্টিয়ে । টিংখাঙৰ পুৰণি গাঁৱৰ ফুলেশ্বৰ সন্দিকৈয়ে দৈনিক মিস্ত্ৰী কাম কৰি পোৱা টকাৰে আৰু নিজ হাতেৰে ৰ'ড, চিমেন্ট,বালিৰে নিৰ্মাণ কৰিলে জাতিৰ পিতা মহা মানৱ মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তি । কোনো কাৰিকৰী শিক্ষা নোহোৱাকৈ নিপুনভাৱে নিৰ্মাণ কৰিলে গান্ধীৰ পকাৰ প্ৰতিমূৰ্তিটো। ফুলেশ্বৰ সন্দিকৈয়ে জানিব দিয়ে যে আৰ্থিক অনাটন যদিও কেৱল মাত্ৰ তেখেতৰ আদৰ্শক শ্ৰদ্ধা জনাবলৈ নিজৰ হাজিৰা কাম কৰাৰ ওপৰিও দৈনিক আজৰি সময়ত প্ৰতিমূৰ্তিটো নিৰ্মাণ কৰিছিল । আগন্তুক দিনতো এনেদৰে প্ৰতিমূৰ্তি নিৰ্মাণৰ পৰিকল্পনাৰ কথা ব্যক্ত কৰিছে ফুলেশ্বৰ সন্দিকৈয়ে । মনত শ্ৰদ্ধা, আগ্ৰহ আৰু হেপাহ থাকিলে যি কোনো কামেই কৰিব পাৰে । তাৰে প্ৰমাণ কৰি দেখুৱালে ফুলেশ্বৰ সন্দিকৈয়ে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ડીસાના ચત્રાલા નજીક ખેતરમાં અચાનક જીવંત વીજ વાયર તૂટી પડતાં ઘાસના પૂળામાં આગ ભભૂકી ઉઠી : લોકોમાં દોડધામ
ડીસા તાલુકાના ચત્રાલા નજીક આવેલ ખેતરમાં મંગળવારે અચાનક જીવંત વીજ વાયર તૂટી પડતાં 100 થી વધુ...
ঐতিহাসিক বৰহাটৰ বৰুৱা নগৰত এমহীয়া শিশু নাট কৰ্মশালাৰ সামৰণি অনুষ্ঠানত শিশু নাট প্ৰদৰ্শন
চৰাইদেউ জিলাৰ বৰহাটৰ বৰুৱা নগৰৰ সাংস্কৃতিক প্ৰেক্ষাগৃহত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে অনুষ্ঠিত...
Chanakya niti episode 663 || सहायता की शर्त ! || #trending #chanakyaniti663
Chanakya niti episode 663 || सहायता की शर्त ! || #trending #chanakyaniti663