দৰঙৰ ঐতিহাসিক খটৰা সত্ৰৰ প্ৰেক্ষাগৃহত প্ৰয়াত নৰেশ্বৰ শৰ্মা বৰুৱা সোঁৱৰণি নাগাৰা নাম বিদ্যা মন্দিৰৰ জৰিয়তে নাগাৰা নামৰ পাঠক শিল্পীসকলক নাগাৰা নামৰ প্ৰশিক্ষণ প্ৰদান কৰা হৈছে ৷ দৰং-ওদালগুৰি জিলা নাগাৰা নাম সংঘৰ উদ্যোগত অবিভক্ত দৰঙত ইতিমধ্যে প্ৰতিষ্ঠা হোৱা নৰেশ্বৰ শৰ্মা বৰুৱা সোঁৱৰণি নাগাৰা নাম বিদ্যা মন্দিৰৰ তত্ত্বাৱধানত ঐতিহাসিক খটৰা সত্ৰৰ প্ৰেক্ষাগৃহত প্ৰত্যেক দেওবাৰে নাগাৰা নামৰ পাঠক শিল্পীসকলক প্ৰশিক্ষণ প্ৰদান কৰি আহিছে ৷ দৰং-ওদালগুৰি জিলাৰ প্ৰায় ত্ৰিশ গৰাকী নাগাৰা নামৰ পাঠক শিল্পীক প্ৰশিক্ষণ প্ৰদান কৰে নাগাৰা নামৰ গুৰু লেখীয়া শিল্পী বলোৰাম বৈশ্য, নৰেশ্বৰ কলিতা, ধৰ্মকান্ত ডেকা, ঝিল্কা কলিতা, গনেশ ডেকা আৰু বলেন কুমাৰ শইকীয়াই ৷ দৰঙৰ অন্যতম লোককৃষ্টিৰ নাগাৰা নামৰ হেৰাই যাব ধৰা ঐতিহ্য ৰক্ষাৰ প্ৰচেষ্টা হিচাপে এনে পদক্ষেপ গ্ৰহণ কৰা বুলি জানিব দিয়ে নাগাৰা নামৰ বিশিষ্ট শিল্পী বসন্ত চহৰীয়াই ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
દ્રારકાનાં પોસીત્રા ગામમાં 50 ઈંચ વરસાદ પડતા ખેડૂતોનો પાક નિષ્ફળ
દ્રારકાનાં પોસીત્રા ગામમાં 50 ઈંચ વરસાદ પડતા ખેડૂતોનો પાક નિષ્ફળ
કલોલમાં તું ગાડી અહીંયાથી સ્પીડમાં કેમ લઈ જાય છે એમ કહી ધોકા અને પાઇપ વડે યુવકને માર માર્યો
કલોલ : કલોલ ફોર્ચ્યુન એમ્પાયરમાં રહેતા નવીન દિનેશભાઈ શર્મા ગત તા.31 ના રોજ સાંજના 7:30 વાગે ઘરે...
Karnataka Oath Ceremony: जी परमेश्वर, प्रियांक खरगे समेत ये आठ विधायक बनेंगे मंत्री,
बेंगलुरु, कांग्रेस के वरिष्ठ नेता सिद्धारमैया आज कर्नाटक के मुख्यमंत्री पद की शपथ...
“সুস্থ নাৰী সুস্থ পৰিয়াল” অসম চৰকাৰৰ সেৱা সপ্তাহৰ অংশস্বৰূপে শিৱসাগৰসহ ৰাজ্যৰ ৫ খন জিলাত বিশেষ স্বাস্থ্য শিৱিৰ অনুষ্ঠিত
শিৱসাগৰঃ "সুস্থ নাৰী, সুস্থ পৰিয়াল" ৷ অসম চৰকাৰৰ চলিত 'সেৱা সপ্তাহ'ৰ অংশ হিচাপে অসমৰ মুঠ ৫ খন...
ડીસાના મોટી આખોલમાં જુગાર રમતાં 4 શખ્સો ઝડપાયા : 7 શખ્સો ફરાર
ડીસા રૂરલ પોલીસ સ્ટેશનના સ્ટાફે બાતમીના આધારે શુક્રવારે મોટી આખોલમાં બજરંગ કોલ્ડ સ્ટોરેજ નજીકથી...