জামুগুৰিয়া ৰাইজৰ সহযোগত “প্ৰজন্ম উন্মেষ” নামৰ এটি স্বয়ম্ভূ সংগঠনে নট সূৰ্য বটা প্ৰাপক জামুগুৰিহাটৰ সঙ্গীয়াচুক নিৱাসী ভোলা কটকীক “জামুগুৰি ৰত্ন” বটা প্ৰদান কৰিব বুলি চলোৱা প্ৰচাৰত আজি জাঙুৰ খাই উঠিছে জামুগুৰিহাটৰ ডেৰকুৰিৰো অধিক দল সংগঠন ৷ আজি জামুগুৰিহাটৰ পৰিদৰ্শন ভৱনত জামুগুৰি বাৰেচহৰীয়া ভাওনা সমিতিৰ উদ্যোগত সাহিত্য সভা, আটচা, জামুগুৰি জেষ্ঠ নাগৰিক সভা, শ্ৰীমন্ত শংকৰদেৱ সংঘ, বাৰেচহৰীয়া ৰাইজ সভা ,শংকৰ সমাজ, নাথ যোগী সন্মিলন, বাপুজী ভৱন নাট্য সমাজ, জামুগুৰি ক্ৰীয়া সন্থাকে ধৰি ডেৰকুৰিৰো অধিক অনুষ্ঠানে জামুগুৰিহাটৰ ৰাইজক বাৰে বাৰে অপমান, অপযশ দি অহা “প্ৰজন্ম উন্মেষ” নামৰ স্বয়ম্ভূ অনুষ্ঠানটিক নিষিদ্ধ কৰিবৰ বাৱে তথা আইনী ব্যৱস্থা গ্ৰহণৰ বাৱে জামুগুৰি আৰক্ষী থানাত গোচৰ ৰুজু কৰাৰ সিদ্ধান্ত কৰাৰ লগতে অহা ৩ ছেপ্তেম্বৰ বাপুজী ভৱনত জামুগুৰি ৰত্ন বটাঁ প্ৰদান অনুষ্ঠান আয়োজন কৰিবলৈ দিয়া নহব বুলি সিদ্ধান্ত গ্ৰহণ কৰে ৷ সাংৱাদিক মেলত প্ৰজন্ম উন্মেষৰ স্বয়ম্ভূ অধ্যক্ষ অৰূপ শইকীয়াৰ বিৰুদ্ধে কঠোৰ আইনী ব্যবস্থা গ্ৰহনৰ পোষকতা কৰে বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান দল সংগঠনৰ সদস্যই ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
म्हणून भाजपनं दरेकरांसाठी सेटलमेंट केली? Pravin Darekar on Eknath Shinde | Cabinet Expansion
म्हणून भाजपनं दरेकरांसाठी सेटलमेंट केली? Pravin Darekar on Eknath Shinde | Cabinet Expansion
Chandrayaan 3: चंद्रयान-3 की Landing की date और time का हुआ ऐलान, कहां देख सकेंगे Live streaming?
Chandrayaan 3: चंद्रयान-3 की Landing की date और time का हुआ ऐलान, कहां देख सकेंगे Live streaming?
રાજકોટ જીલ્લા ગાર્ડન પાસે યુવક ની છરીના ઘા ઝીંકી હત્યા કરવા નો વિડ્યો થયો વાયરલ જુવો લાઈવ દ્રશ્યો
રાજકોટ જીલ્લા ગાર્ડન પાસે યુવક ની છરીના ઘા ઝીંકી હત્યા કરવા નો વિડ્યો થયો વાયરલ જુવો લાઈવ દ્રશ્યો
ડીસા નગપાલિકાની વોર્ડ નંબર 9 ની પેટા ચૂંટણી
આજરોજ ડીસા નગરપાલિકાની પેટા ચુંટણીમાં વોર્ડ નંબર 9 ખાલી પડેલ જગ્યા પર કોંગ્રેસ પાર્ટી દ્વારા...