যোৰহাট নগৰৰ এটা এ টি এম ৰ সন্মুখৰ পদ পথত এগৰাকী অচিনাকি অচেতন যুৱতী উদ্ধাৰ হয়। পিঠিত এটা বেগ, কাগ' পেন্ট আৰু স্পৰ্টিং পৰিধান কৰা যুৱতী গৰাকীক স্থানীয় এজন ব্যৱসায়ীযে দিনৰ পৰাই ঘূৰি ফুৰা দেখিছিল বুলি কয়। সন্ধ্যা ম'বাইলত কাৰোবাৰ সৈতে কথাও পাতি আছিল যুৱতী গৰাকীয়ে। কি পৰিস্থিতিত যুৱতী গৰাকী এনেদৰে অচেতন হৈ পৰি আছিল সেয়া জানিব পৰা হোৱা নাই। পৰৱৰ্তী সময়ত আৰক্ষী আহি এম্বুলেন্স যোগে মেডিকেললৈ নিয়াৰ ব্যৱস্থা কৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
#dahod l આમ આદમી પાર્ટી દ્વારા દેવગઢ બારીયા ખાતે ભવ્ય રેલી l Divyang News
#dahod l આમ આદમી પાર્ટી દ્વારા દેવગઢ બારીયા ખાતે ભવ્ય રેલી l Divyang News
গোলাঘাটৰ তৰফাট অঞ্চলত ডেউকা ভাঙি পৰি থকা অৱস্থাত উদ্ধাৰ পৰিভ্ৰমী দেও ৰাজহাঁহ।
গোলাঘাটৰ তৰফাট অঞ্চলত ডেউকা ভাঙি পৰি থকা অৱস্থাত উদ্ধাৰপৰিভ্ৰমী চৰাই দেউ ৰাজহাঁহ l গোলাঘাট তৰফাটত...
પાકિસ્તાનમાં અહમદીઓની કબરો સાથે પણ છેડછાડ કરવામાં આવી
પાકિસ્તાનના પંજાબ પ્રાંતમાં અહમદિયા સમુદાયની કબરોમાંથી અપમાનનો મામલો સામે આવ્યો છે. આ કબરોમાં...
વેઈટલિફ્ટર ગોલ્ડ લિફ્ટર - ભારતને કોમનવેલ્થમાં ત્રીજો ગોલ્ડ
કોમનવેલ્થ ગેમ્સ 2022માં ભારતીય વેઈટલિફ્ટરોએ દેશનું ગૌરવ વધાર્યું છે. ભારતે આ ગેમમાં અત્યાર...