গোলাঘাটৰ তৰফাট অঞ্চলত ডেউকা ভাঙি পৰি থকা অৱস্থাত উদ্ধাৰপৰিভ্ৰমী চৰাই দেউ ৰাজহাঁহ l গোলাঘাট তৰফাটত আজি পুৱাই স্থানীয় লোকে উদ্ধাৰ কৰে দিনক দিনে লুপ্তপ্ৰায় হবলৈ ধৰা আপুৰুগীয়া পৰিভ্ৰমী পক্ষী দেউ ৰাজহাঁহ l স্থানীয় এজন লোক পথাৰলৈ যাওঁতেই পথাৰত ডেউকা ভাঙি পৰি থকা অৱস্থাত দেউ ৰাজহাঁহ প্ৰত্যক্ষ কৰি গোলাঘাট বন বিভাগক খবৰ দিয়াত বন বিভাগৰ লোক আহি উক্ত স্থানত উপস্থিত হৈ দেউ ৰাজহাঁহ টোক উদ্ধাৰ কৰি চিকিৎসাৰ বাবে লৈ যায় lবনবিভাগৰ লোকে জনোৱা মতে সাধাৰণতে অক্টোবৰ মাহত প্ৰায় ১০০০ কি মি বাট অতিক্ৰম কৰি অসমত প্ৰৱেশ কৰে এই চৰাই বিধ।গ্ৰীস্মৰ আগমনৰ আগে আগে অসমৰ পৰা পুনৰ উৰা মাৰে নিজৰ অঞ্চললৈ।নিশ্চয় নিজৰ দলৰ পৰা আঁতৰি বাট হেৰুৱাই এই অঞ্চলত পৰিলহি চৰাইজনী।বনবিভাগে চৰাইজনীক উদ্ধাৰ কৰি চিকিৎসা সেৱা আগবঢ়াই মুকলি কৰি দিব কাজিৰঙাত।এনে কিছুসংখ্যক জীৱপ্ৰেমী থকাৰ বাবেই,আজিও মুক্ত মনেৰে উৰি বিচৰণ কৰি ফুৰিব পাৰে এই সমূহ পৰিভ্ৰমী চৰাই।যদি কোনো দুষ্ট লোকৰ হাতত চৰাই বিধ পৰা হলে,নিশ্চয় আজি এই পৰিভ্ৰমী চৰাইজনীক হত্যা কৰি ভক্ষন কৰিলে হয়।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ঢকুৱাখনা হৰ ঘৰ ত্ৰিৰংগা কাৰ্যসূচীৰ সজাগতা ৰেলীত কন কন শিক্ষাথীৰ অংশগ্ৰহণ
ঢকুৱাখনা হৰ ঘৰ ত্ৰিৰংগা কাৰ্যসূচীত লৈ সজাগতা ৰেলি কন কন শিক্ষাথীৰ।
দেশৰ স্বাধীনতা ৭৫ সংখ্যক দিৱস...
राजस्थान इंटक की 186वीं प्रदेश कार्यसमिति बैठक आयोजित- मीटिंग में 13 सूत्रीय एजेंडे पर चर्चा कर सर्वसम्मति से प्रस्ताव पारित किए
राजस्थान इंटक की 186वीं प्रदेश कार्यसमिति बैठक राजस्थान इंटक प्रदेशाध्यक्ष की अध्यक्षता में...
মাজুলীত ধঁপাত বিৰোধী সজাগতা সভা অনুষ্ঠিত
কালি জিলা ধপাত নিয়ন্ত্ৰণ কোষৰ উদ্যোগত টনুৰাম নাথ উচ্চতৰ মাধ্যমিক বিদ্যাল়য়ত ধপাতজাতীয়...
Rahul Gandhi Ladakh Visit: राहुल गांधी की Ladakh के युवाओं के साथ मजेदार बातचीत | Rahul with Youth
Rahul Gandhi Ladakh Visit: राहुल गांधी की Ladakh के युवाओं के साथ मजेदार बातचीत | Rahul with Youth