দিল্লী অভিমুখে বিৰোধী দলৰ নেতৃবৰ্গ। অখিল গগৈ, লুৰীণজ্যোতি গগৈ, মনোৰঞ্জন তালুকদাৰ, APCCৰ সভাপতি ভূপেন বৰা। লক্ষ্য ভাৰতৰ নিৰ্বাচন আয়োগ আৰু বিৰোধী ৰাজনৈতিক দলসমূহৰ কেন্দ্ৰীয় নেতৃত্বক সাক্ষাৎ কৰি খিলঞ্জীয়া বিৰোধী সমষ্টি পুনৰ নিৰ্দ্ধাৰণৰ খচৰাৰ সন্দৰ্ভত বহিব বৈঠকত...