আজি ক্ষেত্ৰীৰ উলুবামত সংঘটিত এক ভয়ংকৰ সংঘৰ্ষত এজন মটৰচাইকেল আৰোহী নিহত হয়। পুৱা কামৰূপ মেট্ৰ’ জিলাৰ ক্ষেত্ৰী আৰক্ষী থানাৰ অন্তৰ্গত উলুবামৰ ওচৰৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই শোকাৱহ ঘটনা।গুৱাহাটীৰ পৰা জাগীৰোড অভিমুখে গৈ থকা এখন মটৰচাইকেল একে দিশত গৈ থকা এখন দ্ৰুতবেগী গাড়ীয়ে পিছফালৰ পৰা খুন্দা মৰাৰ ফলত আৰোহীজন ঘটনাস্থলীতে নিহত হৈছিল।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
અમીરગઢ પોલીસે ઇકબાલગઢ નજીક દારૂની હેરાફેરી કરનાર શખ્સને ઝડપ્યો
અમીરગઢ પોલીસ ઈકબાલગઢ નજીક થી એક રીક્ષામાં દારૂની હેરાફેરી કરતા ઇસમ ને ઝડપી પાડ્યો છે જેમાં પોલીસ...
Umesh Yadav and Tanya Wadhwa become parents for the second time after having a second daughter. - Newzdaddy
On March 8, 2023, an infant girl was born to Indian cricketer Umesh Yadav and his wife Tanya...