আজি ক্ষেত্ৰীৰ উলুবামত সংঘটিত এক ভয়ংকৰ সংঘৰ্ষত এজন মটৰচাইকেল আৰোহী নিহত হয়। পুৱা কামৰূপ মেট্ৰ’ জিলাৰ ক্ষেত্ৰী আৰক্ষী থানাৰ অন্তৰ্গত উলুবামৰ ওচৰৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই শোকাৱহ ঘটনা।গুৱাহাটীৰ পৰা জাগীৰোড অভিমুখে গৈ থকা এখন মটৰচাইকেল একে দিশত গৈ থকা এখন দ্ৰুতবেগী গাড়ীয়ে পিছফালৰ পৰা খুন্দা মৰাৰ ফলত আৰোহীজন ঘটনাস্থলীতে নিহত হৈছিল।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
মৰিগাঁৱত যুৱ কংগ্ৰেছৰ প্ৰতিবাদ
মৰিগাঁৱত যুৱ কংগ্ৰেছৰ প্ৰতিবাদ
लाइन में लगने का झंझट खत्म, वॉट्सऐप से भी बुक कर सकते हैं मेट्रो टिकट; आसान सा है प्रोसेस
दिल्ली और मुंबई जैसे शहरों में वॉट्सऐप के जरिये मेट्रो टिकट बुक करने की सुविधा मिलती है। अगर आप...
গড়গাঁও মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ উদ্যোগত ৰক্তদান শিৱিৰ
আজি নাজিৰা মহকুমাৰ গড়গাঁও মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ উদ্যোগত ৰক্তদান শিবিৰ সম্পন্ন ।...
Gadhada|| શ્રી ટેકરીયા હનુમાનજી મંદિર ખાતે વિશ્વ હિન્દુ પરિષદ દ્વારા ભવ્ય યજ્ઞ યોજાયો #news #vhp
Gadhada|| શ્રી ટેકરીયા હનુમાનજી મંદિર ખાતે વિશ્વ હિન્દુ પરિષદ દ્વારા ભવ્ય યજ્ઞ યોજાયો #news #vhp
हिटवेव से बचाव को लेकर कृष्णा सेवा संस्थान द्वारा गर्मी राहत शिविर की हुई शुरुआत । गर्मी से बचाव के लिए आमजन को किया जाएगा जागरूक
कृष्णा सेवा संस्थान द्वारा हिटवेव को देखते हुए आमजन की सुविधा हेतु गर्मी राहत शिविर की शुरुआत की...