মঙ্গলবাৰে‌ সমাগত গনেশ পূজা উপলক্ষে তিনিচুকীয়াৰ ঐতিহাসিক মিলিজুলি গনেশ পূজা সমিতিৰ পূজাস্থলীত গছপুলি ৰোপন কাৰ্য্যসূচী ৰূপায়ন কৰে পৰিবেশ সুৰক্ষা সমিতি , অসমে ।

তিনিচুকীয়াৰ বৰদলৈ নগৰস্থিত ঐতিহাসিক মিলিজুলি গনেশ পূজা সমিতিৰ পূজাস্থলীত গছপুলি ৰোপন কৰে পৰিবেশ সুৰক্ষা সমিতি, অসমৰ সভাপতি  ঋতুৰাজ বৰুৱাৰ লগতে পূজা সমিতি খনৰ সদস্যসকলে ।