নাৰায়ণপুৰ থানাৰ অন্তৰ্গত শেলকঠিয়া গাঁৱত ৰাইজে আজি বিয়লি ধৰিলে এটা হৰিণা পহু ৷ গাঁওখনৰ এঘৰৰ বাৰীত পহুটো সোমাই থকা অৱস্থাত প্ৰত্যক্ষ কৰাত কোনো দুষ্ট চক্ৰৰ হাতত পহুটোৰ মৃত্যু হোৱাৰ শংকাত গাঁওখনৰ একাংশ ৰাইজ মিলি পহুটো ধৰিবলৈ সক্ষম হয়। ইফালে ৰাইজে হাৰমতী বন বিভাগ আৰু নাৰায়ণপুৰ আৰক্ষীক খবৰ দিয়াত নাৰায়ণপুৰ আৰক্ষী উপস্থিত হৈ পহুটো থানালৈ লৈ যায় ৷ পৰৱৰ্তী সময়ত হাৰমতী বন বিভাগৰ দ্বাৰা পহুটোৰ চিকিৎসা কৰাই ৰঙা ৰিৰ্জাভত মোকোলাই দিব বুলি ৰাইজক আৰক্ষীয়ে জানিবলৈ দিয়ে ৷ উল্লেখ্য যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যোনত পৰা ব্ৰহ্মপুত্ৰ নদী পাৰ হৈ মাজে সময়ে বহু পহু আহি নাৰায়ণপুৰৰ ৰাজহ চক্ৰৰ বিভিন্ন অঞ্চলৰ লগতে নদীৰ চৰ অঞ্চলত বিচৰণ কৰে ৷ বছৰি এনেদৰে বিচৰণ কৰা বহু পহু ৰাইজে ধৰি বন বিভাগত চমজাই দি আহিছে যদিও একাংশ দুষ্ট চক্ৰৰ হাতত পৰি পহুৰ মৃত্যুৰ ঘটনাটো সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈ আহিছে ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Rock Aur Rani BTS Video: धर्मेंद्र के साथ रणवीर सिंह बैठे आए नजर, जया बच्चन का लुक भी हुआ लीक
आलिया भट्ट, रणवीर सिंह, धर्मेंद्र शबाना आजमी, जया बच्चन की फिल्म रॉकी और रानी की प्रेम कहानी का...
ಬೆಂಗಳೂರು ನಗರಕ್ಕೆ ಲೂಲೂ ಎಂಡ್ ಆಫ್ ಸೀಸನ್ ಸೇಲ್ ಧಮಾಕಾ – ಜುಲೈ 3ರಿಂದ 6ರವರೆಗೆ ಫ್ಲಾಟ್ 50% ರಿಯಾಯಿತಿ
ಬೆಂಗಳೂರು ನಗರಕ್ಕೆ ಲೂಲೂ ಎಂಡ್ ಆಫ್ ಸೀಸನ್ ಸೇಲ್ ಧಮಾಕಾ – ಜುಲೈ 3ರಿಂದ 6ರವರೆಗೆ ಫ್ಲಾಟ್ 50% ರಿಯಾಯಿತಿ...
8 दिनों की बैटरी और 120 के अधिक स्पोर्ट्स मोड के साथ आती है ये स्मार्टवॉच, कीमत भी है बहुत कम
भारत में हजारों ऐसे लोग है जो एक बेहतर स्मार्टवॉच की तलाश कर रहे हैं। ऐसे में एक बेहतर बैटरी और...
अपने संबोधन में तारीफ कर पहनाए माला फिर सपा नेता को जड़ दिए कई थप्पड़। देखें रिपोर्ट में
अपने संबोधन में तारीफ कर पहनाए माला फिर सपा नेता को जड़ दिए कई थप्पड़।
जनपद जौनपुर तहसील...
થરા માં પંડિત દીનદયાલ હોલ માં જળ શક્તિ મંત્રીગજેન્દ્રસિંહ શેખાવત ની સભા યોજાઈ
કાંકરેજ તાલુકાના વહેપારી મથક થરામાં આવેલ પંડિત દીનદયાલ હોલ માં ભારત સરકાર જળ શક્તિ મંત્રી...