মংগলবাৰে অসম _ অৰুণাচল সীমা জৰীপ সমিতিয়ে ধেমাজি জিলাৰ অসম _ অৰুণাচল সীমান্তৰ অৰুণাচল প্ৰদেশৰ পশ্চিম চিয়াং আৰু অসমৰ ধেমাজি জিলাৰ জোনাই মহকুমাৰ সীমান্তৰ ৮ খন গাঁৱৰ প্ৰকৃত সীমাৰ চৰজমিন জৰীপ চলায় ৷ জৰীপৰ সময়ত পাচিঘাটৰ বিধায়ক নিনং ইৰিং , পস্চিম চিয়াঙৰ উপায়ুক্ত , অৰুণাচল প্ৰদেশৰ বন আৰু ৰাজহ বিষয়া তথা ধেমাজি জিলাৰ জোনাইৰ বিধায়ক ভুৱন পেগু , ধেমাজিৰ উপায়ুক্ত অসীম কুমাৰ ভট্টাচাৰ্যৰ উপৰি ধেমাজিৰ শীৰ্ষ বিষয়াই অংশ লয় ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
অৰুণোদয়ৰ অযোগ্য হিতাধিকাৰীৰ নাম প্ৰত্যাহাৰৰ আহ্বান ধেমাজি উপায়ুক্তৰ,২০ আগষ্টৰ পৰা হ'ব তালিকাৰ পুণৰীক্ষণ
চিলাপথাৰ ১৬ আগষ্ট: ৰাজ্যৰ অন্যান্য অংশৰ লগতে ধেমাজি জিলাতো অৰুণোদয় আঁচনিৰ পুনৰীক্ষণৰ কাম অহা ২০...
চাপোনত স্মাইল এনজিঅৰ উদ্যোগত আৰু পশুপক্ষী সুৰক্ষা আৰু কল্যান সমিতিৰ সৌজন্যত বিনামূলীয়া পশু চিকিৎসা শিবিৰ
হাজো সমষ্টিৰ দিপলাং গাৱঁৰ চাপোন চুবুৰিত আজি স্মাইল এন জি অৰ উদ্যোগত আৰু পশুপক্ষী সুৰক্ষা আৰু...
आरमोरी येथे निघाली भव्य तिरंगा रँली
आरमोरी येथे निघाली भव्य तिरंगा रॅली
गडचिरोली,(आरमोरी)दि.13: आरमोरी- स्वातंत्र्याच्या 75...
कवी दिनकर धुमाळ यांच्या पाचुंदा कवितासंग्रहाचे प्रकाशन
मला डोळे झाकताच उन्हात राबणारी माय दिसते- कवी अनंत राऊत -
कवि दिनकर धुमाळ यांच्या 'पाचुंदा'...
आराध्य भगवान श्री रंगनाथ ने गंगा दशमी पर किया नौका विहार
आराध्य भगवान श्री रंगनाथ ने गंगा दशमी पर किया नौका विहारबून्दी। बूंदी के आराध्य रंगनाथ मंदिर में...