ৰাজস্থানৰ বাৰমেৰ জিলাত ভাৰতীয় বায়ু সেনাৰ মিগ-২১ প্ৰশিক্ষক এখন বিমান দুৰ্ঘটনাগ্ৰস্ত। বিমান খনত আছিল দুজন পাইলট। কিন্তু দুয়োজন পাইলটে বিমানখনৰ দুৰ্ঘটনাত শ্বহীদ হয়। ৰাজস্থানৰ উত্তৰলাই বিমানঘাচিৰ পৰা প্ৰশিক্ষণ যাত্ৰাৰ বাবে টুইন ছিটাৰ মিগ-২১ বিমানখন উৰা মাৰিছিল। তাৰ পিছতে বাৰমেৰৰ বায়টুৰ ভীমদা গাঁৱৰ সমীপত বিমানখন দুৰ্ঘটনাত পতিত হয়।ইফালে বিমান দুৰ্ঘটনাটোত শ্বহীদ হোৱা দুয়োগৰাকী পাইলটৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰি দুৰ্ঘটনাৰ কাৰণ নিৰ্ণয়ৰ বাবে তদন্তৰ নিৰ্দেশ দিছে আইএএফে। কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙেও টুইটযোগে এই দুৰ্ঘটনাত শোক ব্যক্ত কৰে। টুইটাৰত তেওঁ লিখিছে, “ৰাজস্থানৰ বাৰমেৰৰ ওচৰত আইএএফৰ মিগ-২১ প্ৰশিক্ষক বিমানৰ দুৰ্ঘটনাৰ ফলত দুজন যোদ্ধাক হেৰুৱাই গভীৰভাৱে যন্ত্ৰণাত ভুগিছো। জাতিৰ প্ৰতি তেওঁলোকৰ সেৱা কেতিয়াও পাহৰিব নোৱাৰিব। এই দুখৰ সময়ত মোৰ সমবেদনা শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
रेखा पटेल सहायक विकास विस्तार अधिकारी के पद पर चयनित
रेखा पटेल सहायक विकास विस्तार अधिकारी के पद पर चयनित
परिवार की जिम्मेदारी निभाने के साथ...
Earth Day 2024: Google ने अपने लेटर में दिखाई प्रकृति की खूबसूरत झलक, आसमान से ऐसा दिखता है नजारा
गूगल ने पृथ्वी दिवस (Earth Day 2024) के मौके पर डूडल के जरिए पृथ्वी की सुंदरता दिखाने की कोशिश की...
Angel One Share Price | आज इस Stock को Radar पर रखने से होगा बड़ा फायदा? | Big Stocks | Anuj Singhal
Angel One Share Price | आज इस Stock को Radar पर रखने से होगा बड़ा फायदा? | Big Stocks | Anuj Singhal
જાયન્ટ્સ ગ્રુપ ઓફ બોટાદ દ્વારા ધોરણ ૧૦ અને ૧૨ બોર્ડ ના વિદ્યાર્થીઓને બોટાદ શહેરના વિવિધ કેન્દ્ર પર શુભેચ્છા આપવામાં આવી.
Dharmendra lathigara, Botad
જનસેવા અને સંસ્કાર નું સિંચન કરતી અને અનેકવિધ માનવ સેવાકીય ,...