নাজিৰাৰ শিশু শ্ৰমিক ভানু ভূমিজৰ হত্যাৰ প্ৰতিবাদত সোণাৰিত প্ৰতিবাদ।সোণাৰিত ভানু ভূমিজৰ হত্যাকাৰীৰ ফাঁচীৰ দাবীত চৰাইদেউ জিলা ভূমিজ সমাজৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচী ।সদৌ অসম ভূমিজ সমাজ চৰাইদেউ জিলা সমিতিৰ উদ্যোগত অনুষ্ঠিত উক্ত অৱস্থান ধৰ্মঘট কাৰ্যসূচীত শিশু শ্ৰমিক বন্ধ কৰাৰ লগতে ভানু ভূমিজৰ পৰিয়ালক ক্ষতি পূৰণ প্ৰদানৰ দাবী উত্থাপন কৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
kota.पत्थरों से कुचलकर महिला की हत्या, खाली प्लॉट में फेंका शव.chambalsandesh
kota.पत्थरों से कुचलकर महिला की हत्या, खाली प्लॉट में फेंका शव.chambalsandesh
આણંદ જિલ્લાના ચુંટાયેલા ધારાસભ્યોએ વિધાનસભામાં સપથ લીધા
આણંદ જિલ્લાના પાંચ ચુટાયેલા ધારાસભ્યોએ ગુજરાત વિધાનસભામાં ધારાસભ્ય તરીકે સપથ લીધા હતા જેમાં...
US Market Ripple Analysis LIVE | Morning Business News:क्या है देश दुनिया के बाजारों का हाल? | Crude
US Market Ripple Analysis LIVE | Morning Business News:क्या है देश दुनिया के बाजारों का हाल? | Crude
অম্বাপ্ৰিয়া চৌধুৰী হাইস্কুলৰ হাতে লিখা আলোচনী 'নৱদীপ’ উন্মোচন
নলবাৰী জিলা প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি জিলাখনৰ অন্তৰ্গত বিদ্যালয় সমূহৰ মাজত হাতে লিখা আলোচনী...