গোলাঘাটৰ এৰেঙাপাৰাত ভয়ংকৰ পথ দুৰ্ঘটনা। বাইক আৰু ট্ৰাকৰ মুখামুখি সংঘৰ্ষত সৃষ্টিত হয় দুৰ্ঘটনাটো। উক্ত দুৰ্ঘটনাত দুজন বাইক আৰোহী গুৰুতৰভাৱে আহত হয়। দুৰ্ঘটনাগ্ৰস্ত পালচাৰ বাইকখনৰ নম্বৰ এ.এছ০৫ জি ০২৬৩ । গোলাঘাটৰ দিশৰ পৰা ৰঙাজান অভিমুখে গৈ থকা অৱস্থাত সংঘটিত হয় দুৰ্ঘটনাটো। গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত বাইকখনৰ চালকসহ আন গৰাকী মহিলা আৰোহীক গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
गुणवत्ता आश्वासन कार्यक्रम के तहत गवर्नमेंट ऑफ इंडिया की टीम ने आयुष्मान आरोग्य मंदिर, प्रथमिक स्वास्थ्य केंद्र , झली जी का बराना का निरीक्षण किया।
निरीक्षण किया जिसमें संस्था के छा डिपार्टमेंट का गुणवत्ता आश्वासन कार्यक्रम के तहत निरक्षण किया...
Abhilekh Kaushik selected for Indian Meritime University
Abhilekh kaushik INDIAN MERITIME UNIVERSITY: Jamugurihat son record in CHENNAI
...
গোলাঘাটৰ প্ৰদ্যুম্ন কুমাৰ গগৈলৈ সাহিত্য অকাডেমীৰ যুৱ পুৰস্কাৰ
ৰাজ্যবাসীৰ বাবেই এটা ভাল খবৰ ৷ আজি ঘোষনা কৰা সাহিত্য অকাডেমিৰ যুৱ সাহিত্য বঁটা অসমীয়া ভাষাত...