মঙ্গলদৈত প্ৰথম বাৰৰ বাবে অনুষ্ঠিত হ'ল আউটদৌৰ ফটোগ্ৰাফী একজিভিচন।অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ফটোগ্ৰাফাৰে অংশগ্ৰহণ কৰা এই অনুষ্ঠানত বিভিন্ন মনোগ্ৰাহী ফটো প্ৰদৰ্শন কৰে। প্ৰায় ১৫০ খন সুন্দৰ সুন্দৰ বিভিন্ন মনোমোহা পৰিবেশৰ ফটো তুলি দৰ্শকক আপ্লুত কৰা পৰিলক্ষিত হয়। মঙ্গলদৈ বিষ্ণু মন্দিৰ প্ৰসঙ্গত অনুষ্ঠিত হয়। নৱ প্ৰজন্মক উৎসাহ দিবৰ বাবে আয়োজন কৰিছে একজিভিচন। বিদ্যালয় মহাবিদ্যালয়ৰ ছাত্ৰ -ছাত্ৰীয়ে অংশ গ্ৰহণ কৰে। উদ্যোগতা সকলে জনাই যে ইয়াৰ পৰৱৰ্তী সময়ত সদৌ অসম ভিত্তিত আয়োজন কৰিব আউটদৌৰ ফটোগ্ৰাফী একজিভিচন ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
દાંતીવાડા ડેમનો ફુલ ચિક્કાર ભરેલો આકાશી રમણીય ડ્રોન વિડિયો.
દાંતીવાડા ડેમનો ફુલ ચિક્કાર ભરેલો આકાશી રમણીય ડ્રોન વિડિયો.
Weather Update: इंतजार खत्म! दिल्ली-NCR में अगले कुछ घंटों में बारिश का अनुमान, UP-बिहार समेत 10 राज्यों में भी गिरेंगी राहत की बूंदें
नई दिल्ली। Weather Update: चिलचिलाती गर्मी से आखिरकर दिल्लीवालों को राहत मिलने वाला है।...
श्री क्षेञ तुळजापूर पोस्टल पिनकोड असलेल्या चलनी नोटबाबत भाविकात उत्सुकता
श्री क्षेञ तुळजापूर पोस्टल पिनकोड असलेल्या चलनी नोटबाबत भाविकात उत्सुकता
শিলসাঁকোৰ ঘটনাৰ বাবে আমি স্তম্ভিত, আমি লজ্জিত।
শিলসাঁকোৰ ঘটনাৰ বাবে আমি স্তম্ভিত, আমি লজ্জিত।
ঘগ্ৰাপাৰত ৰেলৰ খুন্দাত যুৱক নিহত
আজি আবেলি সময়ত নলবাৰী জিলাৰ ঘগ্ৰাপাৰত এজন যুৱকে ৰেললাইন অতিক্ৰম কৰিবলৈ লোৱাত হঠাতে অহা এখন...