সোমবাৰে নিশা দেৰগাঁৱত উত্তপ্ত পৰিস্থিতি দুখনকৈ বাহনত কঢ়িয়াই লৈ অনা অবৈধ গৰু ভৰ্তি বাহন জব্দ কৰিবলৈ সক্ষম হয় ১ নং মিছা মৰা বাগান গাঁওৰক্ষী বাহিনীয়ে।তাৰ পিছতেই স্থানীয় নেতৃবৃন্দৰ খৱৰ ভিত্তিত দেৰগাঁও আৰক্ষী উপস্থিত হৈ দেৰগাঁও থানালৈ লৈ আহে দুখনকৈ চোৰাং গৰু ভৰ্তি বাহন। উল্লেখ্য যে,এনেদৰে দেৰগাঁৱত চলি আছে অবৈধ গৰু চোৰাং বেহা।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
গাছবাৰীৰ লোক্ৰাবৰনগৰত পথৰ দাতিত বাগৰিল ডাম্পাৰ
গাছবাৰীৰ লোক্ৰাবৰনগৰত পথৰ দাতিত বাগৰিল ডাম্পাৰ
ડીસાના આખોલ થી ઝેરડા વચ્ચે જીપડાલા ચાલકને લૂંટીને ભાગી જનાર ટોળકી
ડીસાના આખોલ થી ઝેરડા વચ્ચે જીપડાલા ચાલકને લૂંટીને ભાગી જનાર ટોળકી
કોંગ્રેસને શા માટે લોકો વોટ આપી જીતાડે? શું બોલ્યાં જાહેર થયેલા આ ઉમેદવારો? | Akota | Raopura |
કોંગ્રેસને શા માટે લોકો વોટ આપી જીતાડે? શું બોલ્યાં જાહેર થયેલા આ ઉમેદવારો? | Akota | Raopura |
চিচিবৰগাঁও মহাবিদ্যালয়ৰ অসমীয়া বিভাগত শিক্ষক দিৱস উদযাপনঃ
চিচিবৰগাঁও মহাবিদ্যালয়ৰ অসমীয়া বিভাগত শিক্ষক দিৱস উদযাপনঃ আন আন প্ৰান্তৰ সমান্তৰাল ভাৱে...