সদৌ অসম কৰ্মচাৰী পৰিষদৰ ৩৭সংখ্যক শিলচৰ অধিবেশনলৈ ৰাওনা মৰিগাঁও জিলা কৰ্মচাৰী পৰিষদৰ প্ৰতিনিধি দল। অহা ২৭ আৰু ২৮ আগষ্টত অনুষ্ঠিত হব লগা অধিবেশনত ৰাজ্যিক কৰ্মচাৰীৰ বহু কেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহনৰ সম্ভাৱনা আছে। বিশেষকৈ NPS, চিকিৎসা বানচ আদি দাবী সমুহকলৈ গুৰুত্বপূৰ্ণ আলোচনা হোৱাৰ সম্ভাৱনা আছে। তাৰোপৰি এই অধিবেশনতেই সদৌ অসম কৰ্মচাৰী পৰিষদৰ নতুন সমিতিও নিৰ্বাচিত কৰা হব ।নতুন সমিতিৰ বাবে সভাপতি আৰু সম্পাদক প্ৰধানৰ বাবে দুজনকৈ প্ৰাৰ্থী অৱতীৰ্ণ হব যদিও সদৌ অসম কৰ্মচাৰী পৰিষদৰ বিভিন্ন পদবীত দীৰ্ঘ সময় কাৰ্যনিৰ্বাহ কৰা আৰু ৰাজ্যৰ কৰ্মচাৰী সমাজৰ মাজত জনপ্ৰিয় নেতা ৰূপে পৰিচিত মৰিগাঁৱৰ খগেন মহন্ত সম্পাদক প্ৰধান পদৰ প্ৰবল দাবীদাৰ হৈ পৰিব ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Delhi Police: मुजरिम और अहम जैसे उर्दू-फारसी शब्द FIR में अब नहीं दिखेंगे, पढ़ें सूची से हटे शब्दों का मतलब
नई दिल्ली, आनलाइन डेस्क। Delhi Police instruction for Urdu Words दिल्ली पुलिस भी अब...
Udgir - डिग्रस येथील गट क्रमांक 103 मधील लोकांना 10 दिवसात घरे खाली करण्याची नोटीस
Udgir - डिग्रस येथील गट क्रमांक 103 मधील लोकांना 10 दिवसात घरे खाली करण्याची नोटीस
Karnataka: राहुल ने खाई नंदिनी आइस्क्रीम तो तेजस्वी सूर्या ने दिया रिएक्शन, डेयरी ब्रांड विवाद पर क्या बोले?
कांग्रेस नेता राहुल गांधी कई कार्यक्रमों में हिस्सा लेने के लिए रविवार को दो दिवसीय दौरे पर...