ৰঙিয়াত এছ এছ বি জোৱানৰ বিশেষ অভিযান। হৰ ঘৰ তিৰংগা কাৰ্যসূচীৰ বিষয়ে ৰাইজক সজাগ কৰিবলৈ ৰঙিয়াৰ ক্ষেত্ৰীয় মুখ্যালয়ৰ জোৱান সকল উপস্থিত হ'ল ৰঙিয়াৰ চিকিৎসালয়ত । এছ এছ বি ক্ষেত্ৰীয় মুখ্যালয়ৰ হেড কনষ্টেবল বি শশীকান্ত শৰ্মাৰ নেতৃত্বত চলা অভিযানটোত দলটোৱে মূলতঃ ৰঙিয়াৰ তিনিখন চিকিৎসালয়ত উপস্থিত হৈ চিকিৎসক তথা চিকিৎসা কৰ্মীৰ সৈতে মত বিনিময় কৰে । দলটোৱে প্ৰথমে ৰঙিয়াৰ স্পৰ্শ হস্পিটালত উপস্থিত হয় , তাৰপিছত ৰঙিয়া আদৰ্শ চিকিৎসালয়ত আৰু সৰ্বশেষত ৰঙিয়া মহকুমা অসামৰিক চিকিৎসালয়ত গৈ উপস্থিত হয় । এছ এছ বিৰ দলটোক স্পৰ্শ হস্পিটালৰ হৈ ডাঃ সৌৰভ বৰুৱাই স্বাগতম জনোৱাৰ বিপৰীতে ৰঙিয়া আদৰ্শ চিকিৎসালয়ত অধীক্ষক নৱনীতা বৰাই আগবঢ়াই নিয়ে । অভিযানটোৰ শেষত দলটো ৰঙিয়াৰ মহকুমা অসামৰিক চিকিৎসালয়ত উপস্থিত হয় । চিকিৎসালয়খনৰ উপ অধীক্ষক দীলিপ বৈশ্যৰ লগতে উপস্থিত আন আন চিকিৎসা কৰ্মীৰ সৈতে দলটোৱে মত বিনিময় কৰে ।এছ এছ বিৰ দলটোৱে সকলোকে আগন্তুক স্বাধীনতা দিৱস উপলক্ষে অহা ১৩ আগস্তৰ পৰা ১৫ আগস্তলৈ সকলোকে নিজ নিজ বাসগৃহত জাতীয় পতাকা উত্তোলন কৰিবলৈ আহ্বান জনায় ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
जागतिक अपंगदिनी दिव्यांगाना कुबड्या व ब्लँकेट देवून दिला आधार*
*अखिल भारतीय अपंग कामगार संघटना व वच्छलाबाई अपंग सेवा संस्थेचा स्तुत्य उपक्रम*
निवासी मूकबधिर विद्यालय अनसिंग येथे जागतिक दिव्यांग दिवसानिमित्त अखिल भारतीय अपंग कामगार संघटना...
'जिन एक्टर्स को डेट किया, उन्होंने मुझे डोरमैट समझा' प्रियंका चोपड़ा ने आखिर किस पर साधा है निशाना!
सिटाडेल से सुर्खियां बटोर रही प्रियंका चोपड़ा एक बार फिर अपने पास्ट रिलेशनशिप को लेकर खबरों में...
કેટલાક વિસ્તારોમાં ધોધમાર વરસાદ
#buletinindia #gujarat #ahmedabad
ईश्वरीय विश्वविद्यालय केंद्र निम्बाहेड़ा पर विश्व बंधुत्व दिवस मनाया गया
निम्बाहेड़ा
फ़रीद खान
ईश्वरीय विश्वविद्यालय केंद्र निम्बाहेड़ा पर विश्व बंधुत्व दिवस मनाया गया:-बीके...
new video West Bengal and Kolkata
new video West Bengal and Kolkata