মহানগৰীত নিশা ছয়মাইলৰ এটি ট্ৰেফিক চিগনেল লাইটৰ খুঁটা ভাঙিলে উদণ্ড গাড়ী চালকে । ছয়মাইল-ভি আই পি সংযোগী পথত সংঘটিত হৈছে এই ঘটনা।দুৰ্ঘটনাত বিকল হৈ পৰিল বহু কোটি টকাৰে নতুনকৈ নিৰ্মাণ কৰা ট্ৰেফিক চিগনেল লাইট পোষ্ট । চিচিটিভি সংলগ্ন কৰাৰ পিছতো মহানগৰ আৰক্ষীয়ে এই পৰ্যন্ত দুৰ্ঘটনা সংঘটিত কৰা বাহন খন অথবা উদণ্ড গাড়ী চালকজনক এইপৰ্যন্ত কৰায়ত্ত কৰিব পৰা নাই। অৱশ্যে মহানগৰ আৰক্ষীয়ে সমগ্ৰ বিষয়টো সন্দৰ্ভত আৰম্ভ কৰিছে তদন্ত ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
चोरी के प्रकरण मे वांछित आरोपीगण विजयसिंह व कालूलाल गिरफ्तार, घटना में प्रयुक्त वाहन बोलरो कार जप्त
जिला पुलिस अधीक्षक बून्दी हनुमान प्रसाद बताया की श्री घनश्याम जोरवाल आर. पी. एस....
PM Modi Oath Ceremony: राष्ट्रपति भवन में नहीं होगी चेंज ऑफ गार्ड सेरेमनी, Delhi Police ने 9 और 10 जून के लिए जारी की एडवाइजरी
नई दिल्ली। राष्ट्रपति सचिवालय की ओर से जारी आधिकारिक बयान में कहा गया है कि राष्ट्रपति भवन...
ચાણસ્મા તાલુકા ના રૂપપુર ગામે અપાર ગંદકી અને મહા બીમારી થવાનો ભય
ચાણસ્મા તાલુકા ના રૂપપુર ગામે અપાર ગંદકી અને મહા બીમારી થવાનો ભય
પાટણ જિલ્લાના ચાણસ્મા...
Bengaluru branch of the BIS - two-days Mentors Training Program
The Bengaluru branch of the Bureau of Indian Standards (BIS), under the Ministry of...