মুখ্যমন্ত্ৰী নিৰ্দেশৰ পাছত নিচা জাতীয় সামগ্ৰীৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান তীব্ৰ ভাবে চলাই থকা পৰিলক্ষিত হৈছে । ৰাজ্যৰ বিভিন্ন প্রান্তৰ দৰে মৰাণতো চলিছে ড্ৰাগছ, গাঞ্জাৰ বিৰুদ্ধে এই অভিযান । মৰাণ আৰক্ষীৰ দিখাৰী নেপালী গাওঁত পোনা গোহাঁই নাম ব্যক্তি জনৰ ঘৰত অভিযান চলাই 1 kg 120 gm গাঞ্জৰ জব্দ কৰিবলৈ সক্ষম হোৱা লগতে পোনা গোহাঁই আটক কৰিছে । মৰাণৰ আৰক্ষীৰ Case no.87/22 Sec 20 ( b ) ndps act /rws 4 অধিনত পোনা গোহাঁইক আটক কৰি জেৰা অব্যাহত ৰাখিছে
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ખેડબ્રહ્મા ફાયર વિભાગની ટીમ દ્વારા કાંકર બોરા ગામે રેસ્ક્યુ કરી કુવા માંથીમૃત્યુદેહ બહાર કાઢ્યો
ખેડબ્રહ્મા ફાયર વિભાગની ટીમ દ્વારા કાંકરબોરા ગામે રેસ્ક્યુ કરી કૂવામાંથી મૃત્યુદેહ...
પાટણ જિલ્લાના વાતાવરણમાં અચાનક આવ્યો પલટો | SatyaNirbhay News Channel
પાટણ જિલ્લાના વાતાવરણમાં અચાનક આવ્યો પલટો | SatyaNirbhay News Channel
Mehraboon Irani's Multibagger Stock Picks: ये Stock 3 साल में जा सकता है ₹10000, कर लें खरीदारी?
Mehraboon Irani's Multibagger Stock Picks: ये Stock 3 साल में जा सकता है ₹10000, कर लें खरीदारी?
अडानी अंबानी के लिए खेला गया इतना बड़ा गेम, आप भी हैरान हो जाएंगे
अडानी अंबानी के लिए खेला गया इतना बड़ा गेम, आप भी हैरान हो जाएंगे