মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ে আজি উদালগুৰি জিলাৰ উদালগুৰি-ভৈৰৱকুণ্ড পথত ধনশিৰী নদীৰ ওপৰত নিৰ্মান হব লগা আৰ চি চি দলং নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে ।
অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ে আজি উদালগুৰি জিলাৰ ভৈৰৱকুণ্ডত আৰ চি চি দলং নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে ।
![](https://i.ytimg.com/vi/9NsBaXwoXVg/hqdefault.jpg)