পাঞ্জাৱত ২৬ আগষ্টৰ পৰা ২৮ আগষ্টলৈ তিনিদিনীয়াকৈ অনুষ্ঠিত ১৩ সংখ্যক ৰাষ্ট্ৰীয় থাইবক্সিং প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হয় গোলাঘাট ৰ বিকি ছেত্ৰীয়ে।