অসম সাহিত্য সভাৰ আগন্তুক ষষ্ঠসপ্ততিতম অধিৱেশনৰ লগত সংগতি ৰাখি আজি নাৰায়ণপুৰত আদৰণি সমিতিয়ে হাতত লয় এক বৃক্ষৰোপনৰ কাৰ্যসুচী ৷ অলপতে অধিৱেশনৰ প্ৰস্তুতি সম্পৰ্কে বুজ লৈ মন্ত্ৰী ৰনোজ পেগুৱে আদৰণি সমিতিক অধিৱেশনৰ স্মাৰক ৰুপে বৃক্ষৰোপনৰ পৰামৰ্শ আগবঢ়াইছিল ৷ যাৰবাবে আজি আদৰণি সমিতিয়ে প্ৰতিখন উপ সমিতিৰ দ্বাৰা নাৰায়ণপুৰৰ ত্ৰিশ খন বিদ্যালয়ত ৰোপন কৰে গছপুলি ৷
Join our app to earn points & get the text & video content in your preffered language
 PLease Click Here to Join Now
 Search
 Categories
 - City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
  *સમસ્ત અનુસૂચિત જાતિ સમાજ કોડીનાર દ્વારા ડૉ.બાબા સાહેબ આંબેડકર મહાપરિનિર્વાણ કાર્યક્રમ*
*મહાપરિનિર્વાણ દિન કાર્યક્રમ* 
 
                      સૂર્યનો પ્રકાશ આજે જાણે વિલિન થઈ ગયો હોય તેમ ભારતના એક સૂર્યનો અસ્ત થયો અને તેમણે સમગ્ર વિશ્વને...
                  
   কমনৱেলথত সোণৰ পদক জয়ী নয়নমণি শইকীয়াক সম্বৰ্ধনা মুখ্যমন্ত্রীৰ 
 
                      ইংলেণ্ডৰ বাৰ্মিংহামত অনুষ্ঠিত কমনৱেলথ গেমছত লন বলৰ মহিলাৰ দলীয় শাখাত স্বৰ্ণ পদক জয় কৰি অসমলৈ গৌৰৱ...
                  
   ધારી:- કોંગ્રેસના કાર્યાલય ખાતે નવયુવાનોનો સંકલ્પ-મોંઘવારી મુદ્દે મતદારો ભાજપથી ત્રસ્ત 
 
                      ધારી-બગસરા-ખાંભા -૯૪ વિધાનસભા મતવિસ્તારમાં રેહતા મતદારો મોંઘવારી મુદ્દે ભારતીય જનતા પાર્ટીના...
                  
   গড়মূৰ সত্ৰৰ যুৱক সকলৰ শ্ৰম দান  
 
                      আগন্তুক শ্ৰী কৃষ্ণৰ ৰাস লীলা উপলক্ষে মাজুলীৰ গড়মূৰ সত্ৰৰ পীতাম্বৰ দেৱ যুৱ কল্যাণ সংঘৰ সদস্য সকলে...
                  
   દાંતીવાડાના ઓઢવા સરદારપુરા ગામના તળાવમાં યુવક ડૂબ્યો 
 
                      દાંતીવાડાના ઓઢવા સરદારપુરા ગામના તળાવમાં યુવક ડૂબ્યો
                  
   
  
  
  
  