অগ্নিপথ আঁচনিৰ জৰিয়তে দেশমাতৃক সেৱা কৰাৰ উদ্দেশ্য আগত ৰাখি ছিপাঝাৰৰ হাজৰিকাপাৰাত নিতৌ অনুশীলনত ব্যস্ত হৈ পৰিছে স্হানীয় যূৱক যূৱতী সকল।হাজৰিকাপাৰা ৰাইজিং ক্লাবৰ উদ্যোগত প্ৰতিদিনেই অঞ্চলটোৰ যুৱক যুৱতী সকল ব্যস্ত হৈ পৰিছে কঠোৰ শাৰীৰিক অনুশীলনত।সেনাবাহিনীত নিযুক্ত লোকৰ দ্বাৰা প্ৰশিক্ষণ প্ৰদান কৰা এই অনুষ্ঠানত দৰঙৰ আৰক্ষী অধীক্ষক, ছিপাঝাৰৰ বিধায়ক আদিয়েও ৰাইজিং ক্লাবক সহযোগিতা আগবঢ়াইছে।উল্লেখযোগ্য যে ৰাইজিং ক্লাবে ইয়াৰ পূৰ্বেও আয়োজন কৰা এনে অনুষ্ঠানৰ জৰিয়তে বহু সংখ্যক যূৱক যুৱতীয়ে প্ৰতিৰক্ষা বিভাগত নিযুক্তি লাভ কৰিবলৈ সক্ষম হৈছিল।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
VIDEO: માલિક પાણીમાં પડ્યો તો પાલતુ કૂતરો બચાવવા કૂદી પડ્યો, દિમાગ લગાવીને આવી રીતે કરી મદદ
માણસો અને કૂતરા વચ્ચેનો સંબંધ ખૂબ જ ખાસ છે. કૂતરા તરીકે આપણને એક સાથી મળે છે જે અમને સંપૂર્ણપણે...
પોષણ અંગે ભવાઈ કાર્યક્રમ
સાબરકાંઠા જિલ્લાના પોશીના તાલુકાના પોશીના ઘટક દ્રારા ગુણભાખરીના ચિત્ર –વિચિત્રના...
Public Interest: रूस के स्कूलों से आई हैरान करने वाली तस्वीरें, पुतिन तैयार कर रहे बच्चों की सेना
Public Interest: रूस के स्कूलों से आई हैरान करने वाली तस्वीरें, पुतिन तैयार कर रहे बच्चों की सेना
Israel Lebanon War : इज़राइल ने दी धमकी लेबनान में और हमले करने की चेतावनी (BBC Hindi)
Israel Lebanon War : इज़राइल ने दी धमकी लेबनान में और हमले करने की चेतावनी (BBC Hindi)