উখল মাখল পৰিবেশ টিংখাং মহাবিদ্যালয়ৰ চৌদিশ । বৃহস্পতি বাৰৰ পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত হব মহাবিদ্যালয়খনৰ সোণালী জয়ন্তী সমাৰোহৰ সামৰণি অনুষ্ঠান। মাজত মাত্ৰ এটা দিন। এই গৌৰৱোজ্জ্বল ইতিহাসৰ সাক্ষী হবলৈ সাজু হৈছে টিংখাঙৰ ৰাইজ । মহাবিদ্যালয়ৰ বৰ্ণিল কাৰ্যক্ৰমৰ প্ৰস্তুতি দিনে-নিশাই অব্যাহত ৰাখিছে উদ্যাপন সমিতি লগতে মহাবিদ্যালয়খনৰ পৰিয়ালবৰ্গই । নিৰ্মাণ কৰা হৈছে আটকধুনীয়া মূল আদৰণী তোৰণ, মূল মণ্ডপ আদিৰ লগতে অতিথিক আপ্যায়ন কৰিবলৈ ছাত্র ছাত্ৰী পৰা অধ্যক্ষ -অধ্যাপিকালৈ সকলো ব্যস্ত হাজাৰ হাজাৰ লাডু বনোৱাত। উল্লেখযোগ্য যে, ৰাইজৰ দান বৰঙণিৰ ফলত ১৯৭২ চনৰ ১ ছেপ্টেম্বৰত প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হোৱা মহাবিদ্যালয় খনৰ এই সোণালী ইতিহাসৰ পঞ্চাশ বছৰীয়া স্মৃতি ৰোমন্থনৰ বাবে তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হব টিংখাং মহাবিদ্যালয়ৰ সোণালী জযন্তী সমাৰোহৰ সামৰণি অনুষ্ঠান। যাৰ বাবে এতিয়া গ্ৰামাঞ্চলৰ মহাবিদ্যালয় খনৰ চৌহদত সৃষ্টি হৈছে এই উখল মাখল পৰিবেশৰ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
જસદણ 72 વિધાનસભામાં કુંવરજી બાવળીયા ક્યારે ફોર્મ ભરાશે જાણો
જસદણ 72 વિધાનસભામાં કુંવરજી બાવળીયા ક્યારે ફોર્મ ભરાશે જાણો વિગત
'पार्टी के अंदर सब बताऊंगा' Sachin Pilot ने हार के बाद Ashok Gehlot को कड़ा संदेश दे दिया है?
'पार्टी के अंदर सब बताऊंगा' Sachin Pilot ने हार के बाद Ashok Gehlot को कड़ा संदेश दे दिया है?
સાંતલપુર પીપરાળા પાસે અકસ્માતની ઘટના | SatyaNirbhay News Channel
સાંતલપુર પીપરાળા પાસે અકસ્માતની ઘટના | SatyaNirbhay News Channel
अपने कपड़ों पर कमेंट होने को लेकर भड़क गईं उर्फी जावेद। वीडियो हूवा वायरल नाराज़उर्फी ने क्या कहा।
अपने कपड़ों पर कमेंट होने को लेकर भड़क गईं उर्फी जावेद।
एक शो में पहुंचीं उर्फी जब पैपराज़ी के...
Ratnagiri : नगरपालिकेमध्ये भ्रष्टाचार; काय म्हणाले राज असरोंडकर
Ratnagiri : नगरपालिकेमध्ये भ्रष्टाचार; काय म्हणाले राज असरोंडकर