জোনাইত ভয়ংকৰ পথ দুৰ্ঘটনা । গুৰুত্বৰ ভাৱে আহত পাঁচ জন ব্যক্তি । জোনাইৰ লাইমেকুৰীত সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনাতো । গুৰুত্বৰভাবে আহত দুজনক সংকটজনক অৱস্থাত উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়লৈ প্ৰেৰণ কৰা হৈছে