নলবাৰী জিলাৰ ঘগ্ৰাপাৰ আৰক্ষী থানাৰ অন্তৰ্গত বৰখালাত অহা ১,২,৩,৪ আৰু ৫ অক্টোবৰত শ্ৰীশ্ৰী দুৰ্গাপূজাৰ আয়োজন কৰিছে৷অতীতৰে পৰা পৰম্পৰাগত ভাবে উদযাপিত হৈ অহা উক্ত দুৰ্গাপূজাত এইবেলিও সকলো ধৰ্মীয় অনুষ্ঠানৰ লগতে অন্যান্য আমোদজনক কাৰ্য্যসূচীও অনুষ্ঠিত হব৷পূজাত সমূহ ধৰ্মপ্ৰাণ ৰাইজৰে উপস্থিতি শ্ৰদ্ধাৰে কামনা কৰিছে পূজা পৰিচালনা সমিতিয়ে৷