শিৱসাগৰ নগৰত মহাপুৰুষ শ্ৰী মন্ত শংকৰদেৱৰ ৪৫৪ তম তিৰোভাৱ তিথি পালন । সমগ্ৰ ৰাজ্যৰ লগতে শিৱসাগৰ জিলাৰ বিভিন্ন স্থানত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৪৫৪ তম তিৰোভাৱ তিথি পালন কৰা হয় । জিলাৰ অন্য প্ৰান্তৰ লগতে থানামুখ দৈকলঙীয়া বৰ নামঘৰতো পালন কৰিছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথি । এই উপলক্ষে পুৱাৰে পৰা ভক্তপ্ৰাণ ৰাইজে বন্তি প্ৰজ্বলন কৰাৰ লগতে নাম প্ৰসংগৰে মুখৰিত কৰিছে নামঘৰৰ চৌহদ | ভাগৱত পাঠ, দিহা নাম, নেগেৰা নামৰে মুখৰিত হৈ পৰিছে সমগ্ৰ অঞ্চল । ভক্তিৰসত বুৰ গৈছে ভকত বৈষ্ণৱ । ১৭৯৪ চনত স্বৰ্গদেউ প্ৰত্তাক সিংহ দিনতেই প্ৰতিষ্ঠা হোৱা এই নামঘৰত পালন কৰা হৈছে ধৰ্মীয় সকলো অনুষ্ঠান |
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
फेस्टिव सीजन में Hyundai की गाड़ियों पर बंपर डिस्काउंट, हुंडई वेन्यू पर 80 हजार तक की छूट
Hyundai Festive Offer नवरात्रि शुरू होते ही भारत में फेस्टिव सीजन की शुरुआत हो चुकी है। इस...
Parliament Security Breach LIVE: संसद भवन के बाहर भी धुआं-धुआं | Parliament Security Lapse | Aaj Tak
Parliament Security Breach LIVE: संसद भवन के बाहर भी धुआं-धुआं | Parliament Security Lapse | Aaj Tak
Conrad Sangma remains non commited on Sohra District demand
Chief Minister Conrad K Sangma on Wednesday said that the demand for creation of a new district...
Hate Speech मामलों पर Supreme Court सख्त : "कोई भी हो हम कानून के हिसाब से निपटेंगे"
Hate Speech मामलों पर Supreme Court सख्त : "कोई भी हो हम कानून के हिसाब से निपटेंगे"
શ્રી કૃષ્ણ જન્માષ્ટમી 2022: સમગ્ર વિશ્વમાં શ્રી કૃષ્ણ જન્માષ્ટમીની ઉજવણી
દેશ અને વિશ્વમાં, શ્રી કૃષ્ણ જન્માષ્ટમી (શ્રી કૃષ્ણ જન્માષ્ટમી 2022) ની તેજી છે. શ્રી કૃષ્ણ...