শিৱসাগৰ নগৰত মহাপুৰুষ শ্ৰী মন্ত শংকৰদেৱৰ ৪৫৪ তম তিৰোভাৱ তিথি পালন । সমগ্ৰ ৰাজ্যৰ লগতে শিৱসাগৰ জিলাৰ বিভিন্ন স্থানত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৪৫৪ তম তিৰোভাৱ তিথি পালন কৰা হয় । জিলাৰ অন্য প্ৰান্তৰ লগতে থানামুখ দৈকলঙীয়া বৰ নামঘৰতো পালন কৰিছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথি । এই উপলক্ষে পুৱাৰে পৰা ভক্তপ্ৰাণ ৰাইজে বন্তি প্ৰজ্বলন কৰাৰ লগতে নাম প্ৰসংগৰে মুখৰিত কৰিছে নামঘৰৰ চৌহদ | ভাগৱত পাঠ, দিহা নাম, নেগেৰা নামৰে মুখৰিত হৈ পৰিছে সমগ্ৰ অঞ্চল । ভক্তিৰসত বুৰ গৈছে ভকত বৈষ্ণৱ । ১৭৯৪ চনত স্বৰ্গদেউ প্ৰত্তাক সিংহ দিনতেই প্ৰতিষ্ঠা হোৱা এই নামঘৰত পালন কৰা হৈছে ধৰ্মীয় সকলো অনুষ্ঠান |
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
চৰাইদেউ জিলাৰ সোনাৰি অসামৰিক চিকিৎসালয়ত দিব্যাংগ চিনাক্তকৰণ শিবিৰ সম্পন্ন।
চৰাইদেউ জিলাৰ সমাজ কল্যাণ বিভাগৰ উদ্যোগত আৰু চৰাইদেউ জিলা স্বাস্থ্যবিভাগৰ সহযোগত চৰাইদেউ জিলাৰ...
गरीब कैदियों को केंद्र सरकार का तोहफा, रिहाई के लिए वित्तीय सहायता प्रदान करने की विशेष योजना होगी शुरू
देश के विभिन्न जेलों में कैदियों की भीड़ कम करने के लिए केंद्र सरकार ने बड़ा कदम उठाया है।...
सीएम बोले-हमें सलाह देने वाले अपना काम देख लें:मैंने RPSC-कर्मचारी चयन बोर्ड से कहा है कि छुटि्टयां और दे देंगे, लेकिन परीक्षा जल्दी करवाओ
राजस्थान के 21 हजार बेघर घुमंतू परिवारों को आज सरकार ने 300 वर्ग गज तक प्लॉट दिए। बुधवार को जयपुर...
PM Modi की तारीफ कर Putin ने दागी परमाणु मिसाइल, देखिए कहां गिरी | Russia missile| Putin Priase Modi
PM Modi की तारीफ कर Putin ने दागी परमाणु मिसाइल, देखिए कहां गिरी | Russia missile| Putin Priase Modi
Bharti Airtel Share Price | क्यों खबरों में है ये Stock , IIFL का क्यों बढ़ गया भरोसा?| Business News
Bharti Airtel Share Price | क्यों खबरों में है ये Stock , IIFL का क्यों बढ़ गया भरोसा?| Business News