কাজিৰঙাত প্ৰকৃতিপ্ৰেমৰ নিদৰ্শন। এহাল দম্পতীৰ পৰিচৰ্যা বিলুপ্তিপ্ৰায় ঘৰচিৰিকাক।কাজিৰঙাৰ কহঁৰাৰ অসম পৰ্যটন বিভাগৰ কৰ্মচাৰী দম্পতী কৃষ্ণ বৰা আৰু ৰিকমিক বৰাই পৰিচৰ্যা কৰি আহিছে বিলুপ্তিপ্ৰায় ঘৰচিৰিকাক।তেওলোকে বাস কৰা বিভাগীয় আৱাসৰ সমুখলৈ আহি পুৱা গধূলি ভিৰ কৰে জাকে জাকে ঘৰচিৰিকা।কৃষ্ণ বৰাৰ সুহুৰিৰ সুৰ শুনিলেই মুহূৰ্ততে ঘৰৰ সমুখভাগ ভৰি পৰে ঘৰিচিৰকাৰে।পত্নী ৰিকমিক বৰাই চাউল চতিয়াই দিলে আপোনমনে খাই পুনৰ উভতি যায় ঘৰচিৰিকাৰ জাকটো।বৰ্তমান কংক্ৰিটৰ আমাৰ সমাজৰ পৰা নোহোৱা হবলৈ ধৰা ঘৰচিৰিকাক কৰা এই পৰিচৰ্যাই আকৰ্ষিত কৰিছে বহুতক।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
કોર્પોરેટર વિપુલ પટેલ ઉર્ફે સોમા પટેલ સામે પોલીસ ફરિયાદ@Sandesh News
કોર્પોરેટર વિપુલ પટેલ ઉર્ફે સોમા પટેલ સામે પોલીસ ફરિયાદ@Sandesh News
ক’ত গ’ল নলবাৰীৰ চন্দন বৈশ্য ?গুৱাহাটীলৈ আহি ৯ দিনে সন্ধান নাই চন্দনৰ
বিগত ৯ দিনে সন্ধান নাই অসম আৰক্ষীৰ জোৱান চন্দন বৈশ্যৰ। জানিব পৰা মতে গুৱাহাটীৰ বৰ্ষাপাৰাত...
Uddhav Thackeray यांचं Eknath Shinde यांना छगन भुजबळ यांच्या वाढदिवसाच्या कार्यक्रमातून चॅलेंज
Uddhav Thackeray यांचं Eknath Shinde यांना छगन भुजबळ यांच्या वाढदिवसाच्या कार्यक्रमातून चॅलेंज
Salim Sandh Ravni-ગામેતી સંધીનો સાવજ મરદ મુંછાળો ગામેતી-વટ,વચન અને ખાનદાની નો સંગમ@INDIASATYA9NEWS
Salim Sandh Ravni-ગામેતી સંધીનો સાવજ મરદ મુંછાળો ગામેતી-વટ,વચન અને ખાનદાની નો સંગમ@INDIASATYA9NEWS