বিয়াল্লিছৰ গণ আন্দোলনৰ শ্বহীদ মুকুন্দ কাকতিৰ স্মৃতি দিৱস উপলক্ষে অহা ২০ চেপ্তেম্বৰত শ্বহীদ গৰাকীৰ জন্মস্থান বৰভাগৰ সোনকানি গাৱঁত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ নলবাৰী জিলাৰ উদ্যোগত অসম ভিত্তিত ঠাইতে লিখা ৰচনা প্ৰতিযোগিতাৰ আয়োজন কৰিছে৷উক্ত প্ৰতিযোগিতা দুটা শাখাত অনুষ্ঠিত কৰিব৷(ক)শাখা=পঞ্চমৰ পৰা দশমশ্ৰেনীলৈ বিষয়=শ্বহীদ মুকুন্দ কাকতি৷(খ)শাখা=একাদশৰ পৰা স্নাতক শ্ৰেনীলৈ,বিষয়=বিয়াল্লিছৰ গণ আন্দোলনত অসমৰ ভূমিকা৷

প্ৰতিযোগিতাৰ সময়=দিনৰ ১১-০০ বজাত৷