ভাৰতীয় জনতা পাৰ্টিয়ে তৃণমূল পৰ্যায়ৰ বুৰ্থ কেন্দ্ৰৰ সাংগঠনিক দিশ শক্তিশালী কৰি দলটো স্হিতি সৰ্বসাধাৰণ লোকৰ মাজলৈ মজবুট কৰাৰ উদ্দেশ্যে “বুৰ্থ সশক্তিকৰণ" নামেৰে দেশজুৰি এক অভিযান আৰম্ভ কৰিছে ৷ এইক্ষেত্ৰত দলটোৰ সাংগঠনিক দিশৰ বুৰ্থ সশক্তিকৰণৰ বাবে প্ৰতিটো সংসদীয় সমষ্টিত ১০০ টা দুৰ্বল বুৰ্থ চিনাক্ত কৰি শক্তিশালী কৰাৰ বাবে ৩০ জুলাই ২০২২ দলটোৱে সময় নিদ্ধাৰণ কৰি দিছে ৷ দেশজুৰি বিজেপিৰ সাংসদ সকলে দলৰ কাৰ্যকতাৰ সহযোগত নিজৰ সমষ্টিত বুৰ্থ সশক্তিকৰণত লোৱা পদক্ষেপৰ অংশ হিচাপে এই অভিযানৰ কাৰ্যকতাৰ সহযোগত ১৪ নং লখিমপুৰ লোক সভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱাৰ তৎপৰতাত নিদিষ্ট সময়ৰ পূৰ্বে লখিমপুৰ সংসদীয় সমষ্টিত ১৬৯ টা বুৰ্থ সশক্তিকৰণ প্ৰক্ৰিয়া সম্পন্ন কৰা হয় ৷ এই পদক্ষেপৰ বাবে ৰাষ্ট্ৰীয় পৰ্যায়ত উত্তৰ প্ৰদেশৰ দুটা লোকসভা সমষ্টি ক্ৰমে - 61 Basti আৰু 50 Kaushambi সমষ্টিৰ পিচতে তৃতীয় স্হানত বিজেপিৰ সাংসদ প্ৰদান বৰুৱাৰ 14 No. Lakhimpur, Assam সমষ্টিয়ে বুৰ্থ সশক্তিকৰণ অভিযানত এতিয়ালৈকে স্হান লাভ অসমত দলটোৰ শক্তি ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
વડોદરા: જુની અદાવતે માથાભારે તત્વોએ બંદૂક બતાવી ધમકી આપી હોવાનાં આક્ષેપ
વડોદરા: જુની અદાવતે માથાભારે તત્વોએ બંદૂક બતાવી ધમકી આપી હોવાનાં આક્ષેપ
Israel-Hamas Conflict: इजरायल और हमास के युद्ध से बड़ी खबर | Aaj Tak Latest News
Israel-Hamas Conflict: इजरायल और हमास के युद्ध से बड़ी खबर | Aaj Tak Latest News
સાવરકુંડલાના ઘનશ્યામ નગર ખાતે સિંહણનો હુમલો..., 3 વર્ષના બાળકને ફાડી ખાતી સિંહણ....!!
સાવરકુંડલાના ઘનશ્યામ નગર ખાતે સિંહણનો હુમલો..., 3 વર્ષના બાળકને ફાડી ખાતી સિંહણ....!!
Vaibhav becomes new Tesla Chief Financial Officer
Indian - Origin Vaibhav Taneja becomes new Tesla Chief Financial Officer.