সমগ্ৰ ৰাজ্যৰ লগতে মৰিগাঁৱতো মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ তিৰোভাৱ তিথি বিভিন্ন নামঘৰ, বিদ্যালয় আদিত অসমীয়া ৰাইজে পালন কৰে । মৰিগাঁৱৰ ঐতিহ্যমণ্ডিত অভ্যসন প্ৰাথমিক বিদ্যালয়ৰ কন কন ছাত্ৰ ছাত্ৰীয়েও পালিলে গুৰুজনাৰ তিৰোভাৱ তিথি । বিদ্যালয়ৰ মাতৃগোটৰ উদ্যোগত আয়োজিত গুৰুজনাৰ তিথিভাগত কন কন ছাত্ৰছাত্ৰী, শিক্ষক শিক্ষয়িত্ৰী আৰু অভিভাৱক সকলে নাম কীৰ্ত্তনৰলগতে তেখেতৰ সৃষ্টিৰাজীৰে স্মৰণ কৰিলে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
तिलक चौक स्थित श्री चारभुजा नाथ मंदिर पर 5 जनवरी रविवार को प्रातः 6:00 बजे मंगला आरती में पौष बड़ा महोत्सव मनाया जाएगा,
तिलक चौक स्थित श्री चारभुजा नाथ मंदिर पर 5 जनवरी रविवार को प्रातः 6:00 बजे मंगला आरती में पौष...
જુનાગઢ માં પીએમ ના આગમન ને લઈ મીટીંગો નો દોર શરૂ
જુનાગઢ માં પીએમ ના આગમન ને લઈ મીટીંગો નો દૂર શરૂ
*અમરેલી જિલ્લા યુવા ચુંવાળીયા કોળી સમાજના પ્રમુખ તરીકે યુવા નેતા સન્ની ડાબસરા ની વરણી
સવિનય ઉપરોક્ત વિષયે આપશ્રી ને જણાવવાનું કે ગુજરાત ચુંવાળીયા કોળી સમાજના અધ્યક્ષ શ્રી ધર્મેશભાઈ...
বিপিএফ দলক হত্যাকাৰী দল বুলি অভিহীত কৰা বিটিআৰৰ কাৰ্যবাহী সদস্য ৰাকেশ ব্ৰহ্মৰ ওপৰত এজেহাৰ দাখিল BPFৰ
BTR ৰ কাৰ্যবাহী সদস্য ৰাকেশ ব্ৰহ্মৰ গ্ৰেপ্তাৰৰ দাবীত তামুলপুৰ...