সমগ্ৰ ৰাজ্যৰ লগতে মৰিগাঁৱতো মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ তিৰোভাৱ তিথি বিভিন্ন নামঘৰ, বিদ্যালয় আদিত অসমীয়া ৰাইজে পালন কৰে । মৰিগাঁৱৰ ঐতিহ্যমণ্ডিত অভ্যসন প্ৰাথমিক বিদ্যালয়ৰ কন কন ছাত্ৰ ছাত্ৰীয়েও পালিলে গুৰুজনাৰ তিৰোভাৱ তিথি । বিদ্যালয়ৰ মাতৃগোটৰ উদ্যোগত আয়োজিত গুৰুজনাৰ তিথিভাগত কন কন ছাত্ৰছাত্ৰী, শিক্ষক শিক্ষয়িত্ৰী আৰু অভিভাৱক সকলে নাম কীৰ্ত্তনৰলগতে তেখেতৰ সৃষ্টিৰাজীৰে স্মৰণ কৰিলে ।
Join our app to earn points & get the text & video content in your preffered language
 PLease Click Here to Join Now
 Search
 Categories
 - City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
  थप्पड़ कांड की जांच पर आमने सामने किरोड़ी- पायलट, सचिन बोले- एक अधिकारी दूसरे की क्या जांच करेगा  
 
                      देवली- उनियारा के समरावता में उपचुनाव के दौरान हुई हिंसा के बाद अब सरकार ने पूरे घटनाक्रम की जांच...
                  
   iQOO Neo 9 Pro के लिए जल्द शुरू होगी प्री बुकिंग, Snapdragon 8 Gen 2 SoC प्रोसेसर के साथ होगा लॉन्च 
 
                      iQOO Neo 9 Pro के लिए कंपनी जल्द प्री बुकिंग प्रक्रिया शुरू करेगी। इसको अमेजन और कंपनी की...
                  
   મોંઘવારીનો વધુ એક માર : અમૂલ દૂધના ભાવમાં 2 રૂપિયાનો વધારો 
 
                      મોંઘવારીનો વધુ એક માર : અમૂલ દૂધના ભાવમાં 2 રૂપિયાનો વધારો
                  
   દ્વારકા રૂપણ બંદર પર અકસ્માત સર્જાયો 
 
                      દ્વારકા રૂપણ બંદર પર અકસ્માત સર્જાયો
                  
   
  
  
   
  
  