টিংখাঙৰ ৰাজগড় আঞ্চলিক ছাত্ৰ সন্থাৰ অন্তৰ্গত ৰাজগড় চহৰ শাখা প্ৰাথমিক গোট ছাত্ৰ সন্থাৰ বাৰ্ষিক প্ৰতিনিধি সভাখনি ৰাজগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাঙ্গণত সোমবাৰে অনুষ্ঠিত হয়। উক্ত সভাত নৱগঠিত সমিতি খনত সভাপতি হিমাংশু জয়ছোৱাল আৰু সাধাৰণ সম্পাদক অৱিনাশ শইকিয়াকে ধৰি ৫০ জনীয়া এখন শক্তিশালী সমিতি গঠন কৰে। উক্ত সমিতি গঠন কায্যসূচীত ৰাজগড়ৰ আঞ্চলিক ছাত্ৰ সন্থাৰ বিষয়ববীয়া সকল উপস্থিত থাকে। লগতে নৱনিৰ্বাচিত সভাপতি সম্পাদকে ধৰি নতুন সমিতিৰ সকলো বিষয়ববীয়ালৈ অভিনন্দন তথা শুভেচ্ছা জনায় ৰাজগড়ৰ আঞ্চলিক ছাত্ৰ সন্থাই।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ભાદરવા સુદ આઠમની રાત્રે રામાપીર નો પાઠ તેમજ ભવ્ય લોક ડાયરાની જમાવટ કરવામાં આવી હતી
ભાદરવા સુદ આઠમની રાત્રે રામાપીર નો પાઠ તેમજ ભવ્ય લોક ડાયરાની જમાવટ કરવામાં આવી હતી
बहराइच हिंसा-कर्फ्यू जैसे हालात, दो दिन और बंद रहेगा इंटरनेट:CO महसी सस्पेंड
बहराइच में भड़की हिंसा का बुधवार को चौथा दिन है। हिंसा प्रभावित पूरे इलाके में फोर्स तैनात है।...
সদৌ মাজুলী জিলা চুতীয়া ছাত্র সন্থাৰ ২ঘণ্টীয়া অৱস্থান ধৰ্মঘট
সদৌ মাজুলী জিলা চুতীয়া ছাত্র সন্থাৰ ২ঘণ্টীয়া অৱস্থান ধৰ্মঘট
नवऱ्याच्या खिशातून पैसे काढण्यासाठी बायकोने काय केल पहा व्हिडिओ... । Funny Video Viral Viral
नवऱ्याच्या खिशातून पैसे काढण्यासाठी बायकोने काय केल पहा व्हिडिओ... । Funny Video Viral Viral