ৰাষ্ট্ৰীয় পৰ্যায়ৰ থাই বক্সিং প্ৰতিযোগিতাত উজলিল গোলাঘাটৰ বিকি ছেত্ৰী। পাঞ্জাৱত ২৬ আগষ্টৰ ২৮ আগষ্টলৈ তিনিদিনীয়াকৈ অনুষ্ঠিত ১৩ সংখ্যক ৰাষ্ট্ৰীয় থাই বক্সিং প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হয় বিকিয়ে। গোলাঘাট শেনচোৱাৰ নিবাসী গোমন ছেত্ৰীৰ পুত্ৰ বিকি । বিকিৰ এই সাফল্যত জন্মস্থান শেন চোৱাৰ লগতে সমগ্ৰ গোলাঘাট জিলাবাসীয়ে গৌৰৱ অনুভৱ কৰিছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ઝેરડા ખાતે જિલ્લા પોલીસ વડા અક્ષરાજ મકવાણાની અધ્યક્ષ સ્થાને જેરડા પોલીસ સ્ટેશન ખાતે લોક દરબાર યોજાયો
ઝેરડા ખાતે જિલ્લા પોલીસ વડા અક્ષરાજ મકવાણાની અધ્યક્ષ સ્થાને જેરડા પોલીસ સ્ટેશન ખાતે લોક દરબાર યોજાયો
પાલનપુરના ચંડીસરમાં યુવકનું વીજકરંટથી મોતને ભેટ્યો
પાલનપુર તાલુકાના ચંડીસરમાં શુક્રવારે સિમેન્ટની ફેક્ટરીમાં કામ કરતા યુવકને વીજકરંટ લાગતાં મોત થયું...
Ather 450S HR ई-स्कूटर बड़ी बैटरी के साथ होगा लॉन्च, जानें डिटेल्स
Ather 450S HR e-scooter एथर इलेक्ट्रिक स्कूटर लाइन-अप में बदलाव के पीछे का पूरा विचार इस साल की...
দেৰগাঁও জোনাক গোষ্ঠী উদ্যোগত ভাওনা প্ৰদৰ্শনৰ কিছু দৃশ্যগ্ৰহণ
দেৰগাঁও জোনাক গোষ্ঠী উদ্যোগত ভাওনা প্ৰদৰ্শনৰ কিছু দৃশ্যগ্ৰহণ