ৰাষ্ট্ৰীয় পৰ্যায়ৰ থাই বক্সিং প্ৰতিযোগিতাত উজলিল গোলাঘাটৰ বিকি ছেত্ৰী। পাঞ্জাৱত ২৬ আগষ্টৰ ২৮ আগষ্টলৈ তিনিদিনীয়াকৈ অনুষ্ঠিত ১৩ সংখ্যক ৰাষ্ট্ৰীয় থাই বক্সিং প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হয় বিকিয়ে। গোলাঘাট শেনচোৱাৰ নিবাসী গোমন ছেত্ৰীৰ পুত্ৰ বিকি । বিকিৰ এই সাফল্যত জন্মস্থান শেন চোৱাৰ লগতে সমগ্ৰ গোলাঘাট জিলাবাসীয়ে গৌৰৱ অনুভৱ কৰিছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
৪০ বছৰে বিনা বেতনে চাকৰি কৰি বঞ্চিত হল নিযুক্তিৰ পৰা মাজুলীৰ জিতেন বৰা।
৪০ বছৰে বিনা বেতনে চাকৰি কৰি বঞ্চিত হল নিযুক্তিৰ পৰা মাজুলীৰ জিতেন বৰা।
চুতীয়া জনগোষ্ঠীক জনজাতিকৰণৰ প্ৰতাৰণাৰ প্ৰতিবাদত নয়াবজাৰত চুতীয়া জাতি ছাত্ৰসন্থাৰ প্ৰতিবাদ ॥
চুতীয়া জনগোষ্ঠীক জনজাতিকৰণৰ প্ৰতাৰণাৰ প্ৰতিবাদত নয়াবজাৰত চুতীয়া জাতি ছাত্ৰসন্থাৰ প্ৰতিবাদ ॥
दिल्ली के बाहर पहली बार गंगटोक में होगा सैन्य कमांडरों का सम्मेलन, राजनाथ सिंह अधिकारियों को करेंगे संबोधित
सेना प्रमुख जनरल उपेंद्र द्विवेदी ने गुरुवार को गंगटोक में सैन्य कमांडरों के सम्मेलन (एसीसी) की...
તળાજા શહેરમાં તહેવારોને લઈને ધૂમ ખરીદી ટ્રાફિક જામના દ્રશ્યો જોવા મળ્યા
તળાજા શહેરમાં તહેવારોને લઈને ધૂમ ખરીદી ટ્રાફિક જામના દ્રશ્યો જોવા મળ્યા