কলাই গাঁৱৰ জৱাহৰ নৱোদয় বিদ্যালয়ত সংঘটিত হৈছে ৰেগিং কান্দ। ৰেগিঙ কৰাৰ নামত এগৰাকী ছাত্ৰক শাৰীৰিক ভাবে মাৰধৰ কৰাৰ অভিযোগ উত্থাপিত হৈছে বিদ্যালয় খনত। ইতিমধ্যে ভুক্তভোগী ছাত্ৰ গৰাকীৰ পিতৃ মাতৃয়ে এজাহাৰ দাখিল কৰিছে মঙ্গলদৈ সদৰ আৰক্ষী থানাত। পুত্ৰৰ অৱস্থাৰ কথা বিবৰি থানাৰ ভিতৰতেই হুকহুকাই কান্দি উঠিল ছাত্ৰ জনৰ পিতৃ মাতৃয়ে। অভিযোগ অনুসৰি নবোদয় বিদ্যালয় খনত ষষ্ঠ শ্ৰেণীত নাম ভৰ্তি কৰোৱাৰ পিছৰ পৰাই ছাত্ৰ জনৰ ওপৰত ৰেগিঙৰ নামত শাৰীৰিক ভাবে মাৰধৰ কৰি আহিছিল ওপৰৰ শ্ৰেণীৰ ছাত্ৰ কেইগৰাকী মানে। ৰেগিং ৰ ঘটনা সন্দৰ্ভত ছাত্ৰগৰাকীৰ শ্ৰেণী শিক্ষকে পিতৃ মাতৃক অবগত কৰাত ছাত্ৰগৰাকীৰ অভিভাৱকে অধ্যক্ষক অৱগত কৰোৱাত ছাত্ৰ জনক পুনৰ পাচ জনীয়া ছাত্ৰৰ দল এটাই মাৰপিট কৰে বুলি অভিযোগ তোলে
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Daily News || 01 09 2022 || Rajkot || Saurashtra Mirror News
Daily News || 01 09 2022 || Rajkot || Saurashtra Mirror News
गोरसाळे वस्तीवर हानुमान मूर्तीची प्राणप्रतिष्ठा
पाटोदा (प्रतिनिधी) पाटोदा तालुक्यातील पिंपळवंडी मध्ये असणाऱ्या गोरसाळे वस्तीवर मारोती मूर्तीची...
जवळाबाजार येथे भीषण आग,सुमारे दीड कोटींचे नुकसान
जवळाबाजार येथे भीषण आग,सुमारे दीड कोटींचे नुकसान
#YearEnder2023 :Bhupender Jogi से लेकर Moye Moye, 2023 में इन Viral Memes ने काट दिया रौला
#YearEnder2023 :Bhupender Jogi से लेकर Moye Moye, 2023 में इन Viral Memes ने काट दिया रौला