কলাই গাঁৱৰ জৱাহৰ নৱোদয় বিদ্যালয়ত সংঘটিত হৈছে ৰেগিং কান্দ। ৰেগিঙ কৰাৰ নামত এগৰাকী ছাত্ৰক শাৰীৰিক ভাবে মাৰধৰ কৰাৰ অভিযোগ উত্থাপিত হৈছে বিদ্যালয় খনত। ইতিমধ্যে ভুক্তভোগী ছাত্ৰ গৰাকীৰ পিতৃ মাতৃয়ে এজাহাৰ দাখিল কৰিছে মঙ্গলদৈ সদৰ আৰক্ষী থানাত। পুত্ৰৰ অৱস্থাৰ কথা বিবৰি থানাৰ ভিতৰতেই হুকহুকাই কান্দি উঠিল ছাত্ৰ জনৰ পিতৃ মাতৃয়ে। অভিযোগ অনুসৰি নবোদয় বিদ্যালয় খনত ষষ্ঠ শ্ৰেণীত নাম ভৰ্তি কৰোৱাৰ পিছৰ পৰাই ছাত্ৰ জনৰ ওপৰত ৰেগিঙৰ নামত শাৰীৰিক ভাবে মাৰধৰ কৰি আহিছিল ওপৰৰ শ্ৰেণীৰ ছাত্ৰ কেইগৰাকী মানে। ৰেগিং ৰ ঘটনা সন্দৰ্ভত ছাত্ৰগৰাকীৰ শ্ৰেণী শিক্ষকে পিতৃ মাতৃক অবগত কৰাত ছাত্ৰগৰাকীৰ অভিভাৱকে অধ্যক্ষক অৱগত কৰোৱাত ছাত্ৰ জনক পুনৰ পাচ জনীয়া ছাত্ৰৰ দল এটাই মাৰপিট কৰে বুলি অভিযোগ তোলে
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
জেইলৰ পৰা পলাল দুৰ্ধৰ্ষ অপৰাধী আই লাভ ইউ
কাৰাগাৰত বন্দী হৈ থকা আই লাভ ইউৰ পলায়ন। আজি সুযোগ বুজি জেলৰ পৰা পলাল আই লাভ ইউ।
বিশেষ নামটোৰ...
આમ આદમી પાર્ટીના નારાજ દાવેદર ધારી-૯૪ બેઠક પર સમાજવાદી પાર્ટી તરફથી લડશે ?
ધારી-૯૪ વિધાનસભા ચુંટણી દરમિયાન આમ આદમી પાર્ટી એ પાયા ના પથ્થર સમાન કાર્યકરો, આગેવાનો, દાવેદારો...
ખંભાત શહેરમાંથી ક્રિકેટ મેચ ઉપર સટ્ટો રમાડતો એક શખ્સ ઝડપાયો.
ખંભાત શહેરમાંથી ક્રિકેટ મેચ ઉપર સટ્ટો રમાડતો એક શખ્સ ઝડપાયો છે. કંસારી ખાતે રહેતા નિખિલ વસંતભાઈ...
दंगों में जला घर, फिर रची बदले की ऐसी साज़िश, UP STF ने धर दबोचा | Timer Bomb
दंगों में जला घर, फिर रची बदले की ऐसी साज़िश, UP STF ने धर दबोचा | Timer Bomb
PM Modi In Srinagar: पीएम मोदी की रैली में उमड़ा जनसैलाब, कश्मीरियों ने बांधे तारीफों के पुल
PM Modi In Srinagar: पीएम मोदी की रैली में उमड़ा जनसैलाब, कश्मीरियों ने बांधे तारीफों के पुल