বানে ভাঙিলে ঘৰ-দুৱাৰ। কিন্তু এটকাও নাপালে চৰকাৰী সাহায্য। এই লৈ ৰহাৰ চহৰী পঞ্চায়তৰ শান্তিপুৰ গাঁৱত সৃষ্টি হৈছে তীব্ৰ ক্ষোভ। ৰহা ৰাজহ চক্ৰ অন্তৰ্গত শান্তিপুৰ গাঁৱৰ বহু লোকে আজিও আপোন ঘৰখনত প্ৰৱেশ কৰিব পৰা নাই। শান্তিপুৰৰ আধাতকৈ অধিক বানাক্ৰান্তই নাপালে চৰকাৰী আঁচনিৰ সাহায্য। সমগ্ৰ ঘটনাৰ সন্দৰ্ভত উক্ত ৱাৰ্ডৰ ৱাৰ্ড সদস্য গৰাকীয়ে ৰহা ৰাজহ চক্ৰ কাৰ্যালয়ৰ কৰ্মচাৰীৰ গাফিলতিৰ ফলত শান্তিপুৰ বাসীৰ নাম বাদ পৰা বুলি উল্লেখ কৰিছে। সমগ্ৰ ঘটনাৰ উচিত তদন্তৰ দাবী জনাই বন্যাৰ্তক চৰকাৰী সাহায্য প্ৰদান কৰিবলৈ অনুৰোধ জনাইছে চৰকাৰক।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
બનાસકાંઠા : ભાઈને બચાવવા જતા 2 બહેનોએ ગુમાવ્યો જીવ
બનાસકાંઠા : ભાઈને બચાવવા જતા 2 બહેનોએ ગુમાવ્યો જીવ
সানেকুছি বৰপুখুৰীপাৰ শ্ৰীমন্তশঙ্কৰদেৱ নামঘৰত মহাপুৰুষ শ্ৰীমন্তশঙ্কৰদেৱৰ ৫৭৫তম জন্ম মহোৎসৱৰ আয়োজন
নলবাৰী জিলাৰ বৰভাগ ৰাজহচক্ৰৰ অন্তৰ্গত সানেকুছি বৰপুখুৰীপাৰ শ্ৰীমন্তশঙ্কৰদেৱ নামঘৰ প্ৰাংগনত অহা ২৩...
মৰাণ পৌৰসভা এলেকাৰ বাসিন্দাৰ কৰ বৃদ্ধি সন্দৰ্ভত কৰ হ্ৰাসপোৱাৰ সম্ভাৱনা আছে বুলি জনাই মৰাণ পৌৰসভাৰ পৌৰপতি অৰূপদত্তই।
মাহমৰাৰ মৰাণ পৌৰসভাৰ এলেকাৰ বাসিন্দা সকলৰ কৰ বৃদ্ধিক লৈ তীব্ৰ প্ৰতিক্ৰিয়া জনসাধাৰণৰ মাজত। ৰাজ্যৰ...
Adani Group की कंपनी का धमाकेदार Profit, Dividend का भी ऐलान
Adani Group की कंपनी का धमाकेदार Profit, Dividend का भी ऐलान
Rahul Gandhi 'Flying Kiss' विवाद पर बोले Actor Prakash Raj, Smriti Irani से Manipur को लेकर सवाल
Rahul Gandhi 'Flying Kiss' विवाद पर बोले Actor Prakash Raj, Smriti Irani से Manipur को लेकर सवाल