মাহমৰাৰ মৰাণ পৌৰসভাৰ এলেকাৰ বাসিন্দা সকলৰ কৰ বৃদ্ধিক লৈ তীব্ৰ প্ৰতিক্ৰিয়া জনসাধাৰণৰ মাজত। ৰাজ্যৰ বিভিন্ন পৌৰসভাৰ লগতে মাহমৰা সমষ্টিৰ মৰাণ পৌৰসভাৰ কৰ অভাৱনীয় ভাৱে বৃদ্ধি হোৱাত হতচকিত হৈ পৰিছে 'বাসিন্দা সকল।বাসিন্দা সকলৰ স্থাৱৰ -অস্থাৱৰ সম্পত্তিৰ কৰ পূৰ্বৰ তুলনাত এশ শতাংশত কৈও অধিক বৃদ্ধি হোৱাত উপায়হীন হৈ বাসিন্দা সকলেমৰাণ পৌৰসভাত দাখিল কৰিছে ওজৰ আপত্তি ।এই সন্দৰ্ভত পৌৰপতি !অৰূপদত্তই কৰদাতা সকলক ধৈয্য ধৰিবলৈ আহ্বান জনাইছে।কৰদাতা সকলৰ ওজৰ আপত্তি বিলাক।চালি জাৰি চাই সঞ্চালক কাৰ্য্যালয়ৰ সৈতে হোৱা আলোচনা মৰ্মে কৰ কিছু হ্ৰাস হোৱাৰ সম্ভাৱনাও ব্যক্ত কৰে।অহা২০ মাৰ্চৰ ভিতৰত কৰদাতা সকলক তেওঁলোকৰ ওজৰ আপত্তি সমুহ।জনাবলৈ আহ্বান জনাইছে।পৌৰপতিজনাই কয় যেঘৰসমুহৰ বয়স চাই কৰ নিৰ্ধাৰণ কৰাহ'ব বুলি কয়। সেই অনুপাতে কৰ হ্ৰাস পাব বুলি কয়।

Sponsored

ओम धगाल - पूर्व प्रदेश कार्यकारिणी सदस्य भाजपा युवा मोर्चा

ओम धगाल की और से हिंडोली विधानसभा क्षेत्र एवं बूंदी जिले वासियों को रौशनी के त्यौहार दीपावली की हार्दिक बधाई व शुभकामनाएं