নলবাৰী জিলাৰ বৰভাগ ৰাজহচক্ৰৰ অন্তৰ্গত সানেকুছি বৰপুখুৰীপাৰ শ্ৰীমন্তশঙ্কৰদেৱ নামঘৰ প্ৰাংগনত অহা ২৩ ৰ পৰা ২৬ চেপ্তেম্বৰলৈ চাৰিদিনীয়াকৈ মহাপুৰুষ শ্ৰীমন্তশঙ্কৰদেৱৰ ৫৭৫ তম জন্ম মহোৎসৱৰ আয়োজন কৰিছে৷তদুপলক্ষে ২৩ চেপ্তেম্বৰ পহিলা দিনা পৰিবেশ নিকাকৰণ,সন্ধিয়া থাপন স্থাপন৷২৪ চেপ্তেম্বৰ পূৱা উষা কীৰ্তন,পূৱাৰ প্ৰসংগ,ধৰ্মীয় পতাকা উত্তোলন,গছপুলি ৰোপন,ভাগৱত শোভাযাত্ৰা,দুপৰীয়া ভোগদাতাক সম্বৰ্ধনা,মহাপ্ৰষাদ গ্ৰহণ,সন্ধিয়া বন্তি প্ৰজ্বলন,সাংস্কৃতিক সন্ধিয়া৷২৫ চেপ্তেম্বৰ পূৱা উষাকীৰ্তন,পূৱাৰ প্ৰসংগ,আয়তীসকলৰ নাম,দিনৰ ভাগত মহিলাৰ দিহানাম প্ৰতিযোগিতা,সন্ধিয়া বন্তি প্ৰজ্বলন,অভিনন্দন অনুষ্ঠান,সাংস্কৃতিক অনুষ্ঠান৷২৬ চেপ্তেম্বৰ পূৱা উষাকীৰ্তন,পূৱাৰ প্ৰসংগ,ভাগৱত পাঠ,সন্ধিয়া বন্তি প্ৰজ্বলন,আমন্ত্ৰিত পাঠিকাৰ নাগাৰা নাম প্ৰদৰ্শন কাৰ্য্যসূচী ৰূপায়িত কৰিব৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ગરબાડા તાલુકાના જેસાવાડા ખાતે વિશ્વ હિન્દુ પરિષદ દ્વારા બજરંગ દળની મીટીંગ યોજાઇ
દાહોદ જિલ્લાના જેસાવાડા ગામે વિશ્વ હિન્દુ પરિષદ દ્વારા બજરંગ દળ ની મીટીંગ પદ્મનાભ મંદિરે પ.પુ સંત...
પોરબંદર માં દિવ્યાંગો સાથે રાસગરબા ની રમઝટ
પોરબંદર માં દિવ્યાંગો સાથે રાસગરબા ની રમઝટ
ग्रामपंचायत कर्मचाऱ्यांनी सुरू केलेल्या उपोषणास रिपब्लिकन सेनेचे युवा प्रदेशाध्यक्ष किरण घोंगडे यांची भेट
ग्रामपंचायत कर्मचाऱ्यांनी सुरू केलेल्या उपोषणास रिपब्लिकन सेनेचे युवा प्रदेशाध्यक्ष किरण घोंगडे...
मेड इन इंडिया Hero Mavrick 440 अब विदेश में भी मचाएगी धूम, यूरोपीय मार्केट में लॉन्च की तैयारी
Hero Mavrick 440 दुनिया की सबसे बड़ी दोपहिया निर्माता का लेटेस्ट प्रोडक्ट है। नई पेशकश यूरोप में...