বানে ভাঙিলে ঘৰ-দুৱাৰ। কিন্তু এটকাও নাপালে চৰকাৰী সাহায্য। এই লৈ ৰহাৰ চহৰী পঞ্চায়তৰ শান্তিপুৰ গাঁৱত সৃষ্টি হৈছে তীব্ৰ ক্ষোভ। ৰহা ৰাজহ চক্ৰ অন্তৰ্গত শান্তিপুৰ গাঁৱৰ বহু লোকে আজিও আপোন ঘৰখনত প্ৰৱেশ কৰিব পৰা নাই। শান্তিপুৰৰ আধাতকৈ অধিক বানাক্ৰান্তই নাপালে চৰকাৰী আঁচনিৰ সাহায্য। সমগ্ৰ ঘটনাৰ সন্দৰ্ভত উক্ত ৱাৰ্ডৰ ৱাৰ্ড সদস্য গৰাকীয়ে ৰহা ৰাজহ চক্ৰ কাৰ্যালয়ৰ কৰ্মচাৰীৰ গাফিলতিৰ ফলত শান্তিপুৰ বাসীৰ নাম বাদ পৰা বুলি উল্লেখ কৰিছে। সমগ্ৰ ঘটনাৰ উচিত তদন্তৰ দাবী জনাই বন্যাৰ্তক চৰকাৰী সাহায্য প্ৰদান কৰিবলৈ অনুৰোধ জনাইছে চৰকাৰক।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
मुख्यमंत्री योगी आदित्यनाथ ने अधिकारियों को कियें तलब
उत्तर प्रदेश लखनऊ में,मुख्यमंत्री योगी आदित्यनाथ ने अधिकारियों को कियें तलब।सूत्रों के मुताबिक...
जिन्होंने लोकतंत्र की हत्या की वे अब लोकतंत्र बचाने की कर रहे बात-सीएम भजनलाल शर्मा
लोकसभा चुनाव के दौरान लोकतंत्र को लेकर भाजपा पर हमला बोलने के मामले में मुख्यमंत्री भजनलाल शर्मा...
নলবাৰীত অসম জাতীয়তাবাদী যুৱছাত্ৰ পৰিষদৰ গণ অৱস্থান ধৰ্মঘট
নলবাৰী চহৰৰ গৰ্ডন চ’কত আজি অসম জাতীয়তাবাদী যুৱছাত্ৰ পৰিষদ নলবাৰী জিলা সমিতৰ উদ্যোগত গণ...
75 Indian Army's Gajraj Corps Joint cycling Expedition
GAJRAJ JOINT CYCLING EXPEDITION
Tezpur : A joint Civil- Military Cycling Expedition from...
बाबा रामदेव मंदिर में बही भजन सरिता, सैकड़ो श्रोताओं ने लिया भक्ति ज्ञान का लाभ
बाड़मेर। जिले के इंद्रा कॉलोनी स्थित सन 2013 में बाबा रामदेवजी के भव्य मंदिर की...