নুমলীগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উদ্যোগত আজি হকীৰ যাদুকৰ মেজৰ ধ্যান চান্দৰ জন্ম বাৰ্ষিকী উপলক্ষে সামূহিক দৌৰ আৰু ক্ৰীড়া প্ৰতিযোগিতা অনুষ্ঠিত হয়। সামূহিক দৌৰ আৰু ক্ৰীড়া প্ৰতিযোগিতা আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে বিদ্যালয়খনৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ মহেন শইকীয়াই আৰু আদৰণি ভাষণ দিয়ে বিদ্যালয়ৰ শাৰীৰিক নিৰ্দেশক ৰবিন দত্তই। আঠ শতাধিক ছাত্ৰ ছাত্ৰীয়ে সামূহিক দৌৰত অংশ গ্ৰহণ কৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
One Nation One Election: PM मोदी ने बताया 'वन नेशन वन इलेक्शन' का सबसे बड़ा फायदा! PM Modi LIVE News
One Nation One Election: PM मोदी ने बताया 'वन नेशन वन इलेक्शन' का सबसे बड़ा फायदा! PM Modi LIVE News
সমুজ্জ্বল ভট্টাচাৰ্যৰ নেতৃত্বত পুনৰ CAA বিৰোধী তীব্ৰ আন্দোলন
সমুজ্জ্বল ভট্টাচাৰ্যৰ নেতৃত্বত পুনৰ CAA বিৰোধী তীব্ৰ আন্দোলন | ▶️ CAA বাতিলৰ দাবীত ১৭ আগষ্টত...
Israel Hamas War : Gaza में इतना दुख-दर्द है कि शांति की बातें अफ़वाह जैसी लगती हैं... (BBC Hindi)
Israel Hamas War : Gaza में इतना दुख-दर्द है कि शांति की बातें अफ़वाह जैसी लगती हैं... (BBC Hindi)
ડીસામાં વિરામ બાદ વરસાદ આવતા શહેરીજનોમાં પણ ખુશીનો માહોલ છવાયો / સબંધ ભારત ન્યુઝ
ડીસામાં વિરામ બાદ વરસાદ આવતા શહેરીજનોમાં પણ ખુશીનો માહોલ છવાયો / સબંધ ભારત ન્યુઝ
અંબિકા માતાજીના મંદિરે ભવ્ય પલ્લીનું આયોજન કરવામાં આવે છે ......
અંબિકા માતાજીના મંદિરે ભવ્ય પલ્લીનું આયોજન કરવામાં આવે છે ......