নাহৰকটীয়াত নাহৰফুটুকীৰ মুক্ত বিচৰণ । নাহৰকটীয়াৰ বিভিন্ন অঞ্চলত নাহৰফুটুকীৰ মুক্ত বিচৰণে আতংকিত কৰিছে জনতাক ।

নাহৰকটীয়া আৰু মৰাণ পথৰ লগত লাগি থকা লেংগেৰিজান চাহ বাগিছাৰ দৃশ্য এইয়া।