কোকৰাঝাৰ জিলাৰ ভাৰত ভুটান সীমান্তত পুৱতি নিশা বন বিভাগ আৰু এছ এছ বি দলে যৌথ অভিযান চলাই জব্দ কৰিবলৈ সক্ষম হয় বৃহৎ পৰিমাণৰ চোৰাং কাঠ। অভিযানত জব্দ কৰা চোৰাং কাঠৰ বজাৰ মূল্য তিনি লক্ষাধীক। ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানত চৌৰাং কাঠ চিকাৰী বিৰুদ্ধে বিভাগ আৰু এছ এছ বি দলে যৌথ ভাৱে অব্যাহত ৰাখিছে কঠোৰ অভিযান। ইতিমধ্যে ১৪ জনকৈ চোৰাং কাঠ চিকাৰীক গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছে বুলি বিভাগৰ পৰা প্ৰকাশ কৰিছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
शिवकुमार ने खुद बताया क्यों स्वीकारा डिप्टी सीएम का पद, बोले- कई बार बर्फ को टूटना पड़ता है
नई दिल्ली, Karnataka New CM कर्नाटक में सीएम पद को लेकर आखिरकार कांग्रेस का नाटक खत्म हो गया...
174 में से 112 उम्मीदवार करोड़पति; राज्य AAP प्रमुख 68.93 करोड़ रुपये की संपत्ति के साथ सबसे अमीर
Mizoram polls 2023: मिजोरम विधानसभा चुनाव के लिए मैदान में उतरे 174 उम्मीदवारों में से कुल...
गोवर्धन पोळ्या नित्तीत बैलांची थाटा माटात मिरवणूक पहा पुढील विडियो
गोवर्धन पोळ्या नित्तीत बैलांची थाटा माटात मिरवणूक
અરવલ્લી જિલ્લાના મોડાસાથી જયઅંબે પદયાત્રા સંઘ અંબાજી જવાં માટે ભવ્ય પદયાત્રા નીકળી.
અરવલ્લી જિલ્લાના મોડાસાથી જયઅંબે પદયાત્રા સંઘ અંબાજી જવાં માટે ભવ્ય પદયાત્રા નીકળી. ...
৬০ বছৰীয়া বৃদ্ধৰ কামনাৰ বলি ৬ বছৰীয়া কন্যা শিশু
পুনৰ মহানগৰীত সংঘটিত হৈছে এক জঘণ্য যৌন নিৰ্যাতনৰ ঘটনা। ৬০ বছৰীয়া এজন লম্পট বৃদ্ধৰ কামনাৰ বলি...