কোকৰাঝাৰ জিলাৰ ভাৰত ভুটান সীমান্তত পুৱতি নিশা বন বিভাগ আৰু এছ এছ বি দলে যৌথ অভিযান চলাই জব্দ কৰিবলৈ সক্ষম হয় বৃহৎ পৰিমাণৰ চোৰাং কাঠ। অভিযানত জব্দ কৰা চোৰাং কাঠৰ বজাৰ মূল্য তিনি লক্ষাধীক। ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানত চৌৰাং কাঠ চিকাৰী বিৰুদ্ধে বিভাগ আৰু এছ এছ বি দলে যৌথ ভাৱে অব্যাহত ৰাখিছে কঠোৰ অভিযান। ইতিমধ্যে ১৪ জনকৈ চোৰাং কাঠ চিকাৰীক গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছে বুলি বিভাগৰ পৰা প্ৰকাশ কৰিছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
TVS का Clean Mobility पर फोकस, फ्यूचर टेक्नोलॉजी के लिए 5000 करोड़ इन्वेस्ट करेगी कंपनी
TVS Motor Company ने शनिवार को कहा कि कंपनी अपने प्रोडक्ट्स में फ्यूचर टेक्नोलॉजी के उपयोग से...
પાવીજેતપુર તાલુકાની ભેંસાવહી પ્રાથમિક શાળાના નિવૃત્ત થતા શિક્ષકને ઢોલ, નગારા સાથે અપાયેલી વિદાય
પાવીજેતપુર તાલુકાના ભેંસાવહી પ્રાથમિક શાળામાં વય નિવૃત્તિ થતા શિક્ષક નન્નુભાઈ રાઠવા ને ઢોલ,...
দেওমৰনৈৰ অষ্টমী পূজাত অনুষ্ঠিত আধুনিক নৃত্য প্ৰতিযোগিতাত প্ৰথম শ্ৰেষ্ঠ প্ৰতিযোগী নিশিতা হাজৰিকা৷
দেওমৰনৈত অষ্টমী পূজা উপলক্ষে অনুষ্ঠিত আধুনিক নৃত্য প্ৰতিযোগিতাৰ ফলাফল ঘোষণাঃ প্ৰথম শ্ৰেষ্ঠ...
अण्णासाहेब पाटील आर्थिक मागास विकास महामंडाळाचा घेतला आढावा
औरंगाबाद जिल्ह्यातील अण्णासाहेब पाटील आर्थिक मागास विकास महामंडळ कामकाजाचा आढावा बैठकीचे...
शरद पूर्णिमा की रात अंबाजी मंदिर परिसर में तीस हजार दियो से की गई महा आरती
शरद पूर्णिमा की रात अंबाजी मंदिर परिसर में तीस हजार दियो से की गई महा आरती