কোকৰাঝাৰ জিলাৰ ভাৰত ভুটান সীমান্তত পুৱতি নিশা বন বিভাগ আৰু এছ এছ বি দলে যৌথ অভিযান চলাই জব্দ কৰিবলৈ সক্ষম হয় বৃহৎ পৰিমাণৰ চোৰাং কাঠ। অভিযানত জব্দ কৰা চোৰাং কাঠৰ বজাৰ মূল্য তিনি লক্ষাধীক। ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানত চৌৰাং কাঠ চিকাৰী বিৰুদ্ধে বিভাগ আৰু এছ এছ বি দলে যৌথ ভাৱে অব্যাহত ৰাখিছে কঠোৰ অভিযান। ইতিমধ্যে ১৪ জনকৈ চোৰাং কাঠ চিকাৰীক গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছে বুলি বিভাগৰ পৰা প্ৰকাশ কৰিছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
વડોદરા પાલિકાની વડી કચેરી ખાતે પાણીની લાઈનમાં ભંગાણ પડતા હજારો લીટર પાણીનો વેડફાટ
વડોદરા પાલિકાની વડી કચેરી ખાતે પાણીની લાઈનમાં ભંગાણ પડતા હજારો લીટર પાણીનો વેડફાટ
টাইপাৰ দাবীৰ পাছত আহোম জনগোষ্ঠীৰ ওচৰত ক্ষমা বিচাৰিলে শংকৰদেৱ সংঘৰ কেন্দ্ৰীয় নেতৃত্বই
টাইপাৰ দাবীৰ পাছত আহোম জনগোষ্ঠীৰ ওচৰত ক্ষমা বিচাৰিলে শংকৰদেৱ সংঘৰ কেন্দ্ৰীয় নেতৃত্বই।
অৱশেষত...
આજરોજ રાજુલા તેમજ સાવરકુંડલા તાલુકાના આજુબાજુ ના ગામોમાં સર્વત્ર મેંઘ મહેર
આજરોજ સાવરકુંડલા પંથકમાં ભારે વરસાદ પડ્યો વરસાદ ના કારણે રસ્તાઓ પર પાણી ફરી વળ્યા હતા...
বিধায়ক ৰমাকান্ত দেউৰীৰ আধাৰশিলা ভাঙিলে ক্ষুব্ধ মহিলাই
বহুত প্ৰতিবাদী কাৰ্যসূচী দেখিছে আপুনি । কিন্তু আমি দেখুৱাম এক ভয়াবহ প্ৰতিবাদী কাৰ্যসূচী। যি...
Pakistan Bike Ambulance: पाकिस्तान की तंग गलियों में बाइक एंबुलेंस कर रही कमाल (BBC Hindi)
Pakistan Bike Ambulance: पाकिस्तान की तंग गलियों में बाइक एंबुलेंस कर रही कमाल (BBC Hindi)