নলবাৰী জিলা পৰিষদৰ প্ৰাক্তন অধ্যক্ষ তথা বিশিষ্ট ৰাজনীতিবিদ সোনাবৰ আলিৰ আজি পূৱা চেন্নাইত চিকিৎসাধীন অবস্থাত মৃত্যু হয়৷তেওঁৰ মৃত্যুত জন্মস্থান মুকালমুৱাকে ধৰি সমগ্ৰ জিলাখনতে শোকৰ ছাঁ পৰিছে৷ইতিমধ্যে প্ৰাক্তন অধ্যক্ষ গৰাকীৰ মৃত্যুত বিভিন্ন দল সংগঠন আৰু অনুষ্ঠান প্ৰতিষ্ঠানে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞাপন কৰে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
কোকৰাঝাৰ দীন দয়াল উপাধ্যায় কৌশল বিকাশ কেন্দ্ৰ পৰা কৰ্ম সংস্থাপনৰ নামত বহি ৰাজ্যলৈ নিয়া এগৰাকী যুৱতীক বলপূৰ্বক অপকৰ্মত লিপ্ত কৰোৱাৰ অভিযোগ
https://youtu.be/8bUFCuoqzNs
কোকৰাঝাৰ দীন দয়াল উপাধ্যায় কৌশল গ্ৰামীণ বিকাশ যোজনাৰ অধীনত বহি...
আজাদী কী অমৃত মহোৎসৱ আৰু স্বাধীনতা দিৱসৰ সংগতি ৰাখি খাৰুপেটীয়াত বাইক ৰেলী
আজাদী কী অমৃত মহোৎসৱ আৰু স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি অসম চৰকাৰৰ নিৰ্দেশত মংগলবাৰে বিয়লি...
હાલોલ : શ્રાવણ માસના અંતિમ દિવસે ભાવિકો ઉમટ્યા
હાલોલ : શ્રાવણ માસના અંતિમ દિવસે ભાવિકો ઉમટ્યા
काँग्रेस, राष्ट्रवादी, शिवसेना आणि स्वाभिमानीच्या वतीने रस्ता रोको आंदोलन
केज (प्रतिनिधी) केज येथे पिक विम्याच्या मागणी आणि नुकसानीचे पंचनामे करून नुकसान भरपाई देण्यासाठी...