নলবাৰী জিলা পৰিষদৰ প্ৰাক্তন অধ্যক্ষ তথা বিশিষ্ট ৰাজনীতিবিদ সোনাবৰ আলিৰ আজি পূৱা চেন্নাইত চিকিৎসাধীন অবস্থাত মৃত্যু হয়৷তেওঁৰ মৃত্যুত জন্মস্থান মুকালমুৱাকে ধৰি সমগ্ৰ জিলাখনতে শোকৰ ছাঁ পৰিছে৷ইতিমধ্যে প্ৰাক্তন অধ্যক্ষ গৰাকীৰ মৃত্যুত বিভিন্ন দল সংগঠন আৰু অনুষ্ঠান প্ৰতিষ্ঠানে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞাপন কৰে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
દીયોદર તાલુકાના સણવા ગામે રામદેવપીર નો મેળો ભરાયો
દીયોદર તાલુકાના સણવા ગામે રામદેવપીર નો મેળો ભરાયો
અમદાવાદ એરપોર્ટ પરથી ચાર કરોડનું આઠ કિલો સોનું જપ્ત, બે લોકોની ધરપકડ કરાઈ
અમદાવાદ
ડીઆરઆઈએ બાતમીને આધારે દુબઈથી આવેલી અમિરાતની ફ્લાઈટના એક પેસેન્જરની બેગમાંથી 4.21 કરોડની...
শিৱসাগৰ নগৰৰ মাজ মজিয়াত দিন দুপৰতে লুটিলে এগৰাকী বৃদ্ধৰ প্ৰায় ৩৯হেজাৰ টকা ।
শিৱসাগৰ নগৰৰ মাজ মজিয়াত দিন দুপৰতে লুটিলে এগৰাকী বৃদ্ধৰ প্ৰায় ৩৯হেজাৰ টকা ।জানবাবা আলি নামৰ সত্তৰ...